ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ডিচেম্বৰ পৃষ্ঠা ৬
  • প্ৰায়শ্চিত্ত-দিনৰপৰা আমি কি শিকিব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰায়শ্চিত্ত-দিনৰপৰা আমি কি শিকিব পাৰোঁ?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • পবিত্ৰ-স্থানত বেদিবোৰৰ ভূমিকা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ডিচেম্বৰ পৃষ্ঠা ৬
মহা-পুৰোহিতে হাতত জ্বলা আঙঠা আৰু ধূপ লৈ অতি পবিত্ৰ-স্থানত সোমাইছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ১৬-১৭

প্ৰায়শ্চিত্ত-দিনৰপৰা আমি কি শিকিব পাৰোঁ?

১৬:১২-১৫

প্ৰায়শ্চিত্ত-দিনত উৎসৰ্গ কৰা ধূপৰপৰা আমি কি শিকিব পাৰোঁ?

  • যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ প্ৰাৰ্থনা সুগন্ধি ধূপৰ দৰে হয়। (গীত ১৪১:২) যিদৰে মহা-পুৰোহিতসকলে শ্ৰদ্ধাৰে ঈশ্বৰৰ সন্মুখত ধূপ জ্বলাইছিল। ঠিক সেইদৰে আমিও শ্ৰদ্ধাৰে আৰু গভীৰ সন্মানেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত

  • যদি মহা-পুৰোহিতে সুগন্ধি ধূপ জ্বলাই বলিদান উৎসৰ্গ কৰে, তেতিয়াহে যিহোৱাই তেওঁৰ বলিদান গ্ৰহণ কৰিছিল। ঠিক সেইদৰে যীচুৱে যিহোৱাৰ আজ্ঞা পালন কৰি, বিশ্বাসী হৈ থকাৰ বাবে যিহোৱাই তেওঁৰ বলিদান গ্ৰহণ কৰিলে

ছবি: ১. এহাল দম্পত্তিয়ে প্ৰচাৰ সভাৰ পাছত প্ৰাৰ্থনা কৰিছে। ২. সেই দম্পত্তিয়ে টেব্লেʼট ব্যৱহাৰ কৰি এজন গাড়ী চালকক প্ৰচাৰ কৰিছে।

যদি মোৰ সেৱা যিহোৱাই গ্ৰহণ কৰাটো বিচাৰোঁ, তেনেহʼলে মই কি কৰা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক