অক্টোবৰ ২৬–নৱেম্বৰ ১
যাত্ৰাপুস্তক ৩৭-৩৮
গীত ৪৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পবিত্ৰ-স্থানত বেদিবোৰৰ ভূমিকা”: (১০ মি.)
যাত্ৰা ৩৭:২৫—ধূপ-বেদি পবিত্ৰ ভাগত আছিল (w০৩-HI ২/১৫ ২৮ ¶৫)
যাত্ৰা ৩৭:২৯—পবিত্ৰ ধূপ সুগন্ধি দ্ৰব্যৰে তৈয়াৰ কৰা হৈছিল (it-১-E ১১৯৫)
যাত্ৰা ৩৮:১—হোম বেদি চোতালত আছিল (it-১-E ৮২ ¶১)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ৩৭:১, ১০, ২৫—পবিত্ৰ-স্থান চিটীম কাঠেৰে কিয় নিৰ্মাণ কৰা হৈছিল? (it-১-E ৩৬)
যাত্ৰা ৩৮:৮—প্ৰাচীন সময়ৰ দাপোণ এতিয়াৰ দাপোণতকৈ কেনেকৈ বেলেগ আছিল? (w১৫-E ৪/১ ১৫ ¶৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ৩৭:১-২৪ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয় পাৰ কৰক। (শিক্ষা অধ্যায় ৩)
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থই জানিব বিচৰা কোনো এটা বিষয়ৰ এখন শেহতীয়া প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১২)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ১৮৬-১৮৭ ¶৮-৯ (শিক্ষা অধ্যায় ৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
“ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ নৱেম্বৰ মাহত বিশেষ অভিযান”: (১০ মি.) আলোচনা। নৱেম্বৰ মাহৰ প্ৰথম সাক্ষাতৰ ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ৮ ¶১৯-২৬, পৃ. ১০৬, ১১০ বক্সবোৰ
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৬৩ আৰু প্ৰাৰ্থনা