ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 অক্টোবৰ পৃষ্ঠা ৬
  • যিহোৱাই নিজৰ সেৱকসকলক যোগ্য কৰি তুলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই নিজৰ সেৱকসকলক যোগ্য কৰি তুলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 অক্টোবৰ পৃষ্ঠা ৬
বচলেল আৰু অহলীয়াবে তম্বুৰ সোণৰ বস্তুবোৰ সাজিছে। এজন ব্যক্তিয়ে হাতুৰীৰে কৰূবৰ ডেউকা গঢ়িছে আৰু আন জন ব্যক্তিয়ে সোণৰ বস্তু সাজিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৩৫-৩৬

যিহোৱাই নিজৰ সেৱকসকলক যোগ্য কৰি তুলে

৩৫:২৫, ২৬, ৩০-৩৫; ৩৬:১, ২

যিহোৱাই পবিত্ৰ আত্মাৰ সহায়ত বচলেল আৰু অহলীয়াবক পবিত্ৰ-স্থানৰ বস্তুবোৰ বনাবলৈ জ্ঞান আৰু বুদ্ধি দিলে। যিহোৱাই আজিও নিজৰ সেৱকসকলক পবিত্ৰ আত্মা দিয়ে। পবিত্ৰ আত্মা লাভ কৰিবলৈ আমি কি কৰিব লাগিব?

  • যিহোৱালৈ প্ৰাৰ্থনা কৰিব লাগিব, যাতে আমি নিজৰ দক্ষতা বঢ়াব পাৰোঁ আৰু তেওঁৰ সেৱা ভালদৰে কৰিব পাৰোঁ

  • ঈশ্বৰৰ প্ৰেৰণাৰে লিখা বাইবেলখন গভীৰভাৱে অধ্যয়ন কৰিব লাগিব

  • যিহোৱাৰ সেৱাত লাভ কৰা যিকোনো কাম, মনে-প্ৰাণে কৰিব লাগিব

ছবি: যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰ-শাসিত বিভিন্ন দায়িত্ব পূৰ কৰিছে। ১. ভনীসকলে নিৰ্মাণ কাৰ্য্যত সহায় আগবঢ়াইছে। ২. এজন ভাইয়ে ‘প্ৰহৰীদুৰ্গ’ সঞ্চালন কৰিবলৈ প্ৰস্তুতি কৰিছে। ৩. এজন ভাইয়ে দোকানী এজনক সাক্ষী দিছে আৰু তেওঁৰ লগৰজন আশে-পাশে থকা লোকসকলে চাইছে। ৪. এহাল দম্পত্তীয়ে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত উপস্থিত হৈছে।

যিহোৱাই আপোনাক কি কি কৰিবলৈ যোগ্য কৰি তুলিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক