ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 অক্টোবৰ পৃষ্ঠা ৬
  • অক্টোবৰ ১৯-২৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ১৯-২৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 অক্টোবৰ পৃষ্ঠা ৬

অক্টোবৰ ১৯-২৫

যাত্ৰাপুস্তক ৩৫-৩৬

  • গীত ৯২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাই নিজৰ সেৱকসকলক যোগ্য কৰি তুলে”: (১০ মি.)

    • যাত্ৰা ৩৫:২৫, ২৬—যেতিয়া লোকসকলে আনন্দেৰে দান কৰিলে, তেতিয়া যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিলে (w১৪-HI ১২/১৫ ৪ ¶৪)

    • যাত্ৰা ৩৫:৩০-৩৫—যিহোৱাই বচলেল আৰু অহলীয়াবক “সকলো বিধৰ কাম” কৰিবলৈ পাৰ্গত কৰিলে (w১১-HI ১২/১৫ ১৯ ¶৬)

    • যাত্ৰা ৩৬:১, ২—তেওঁলোকে নিজৰ কাৰ্য্যৰ মহিমা যিহোৱাক দিব বিচাৰিছিল (w১১-HI ১২/১৫ ১৯ ¶৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যাত্ৰা ৩৫:১-৩—বিশ্ৰাম-দিনৰ নিয়মৰপৰা আমি কি শিকিব পাৰোঁ? (w০৫ ৬/১ ১৫ ¶১৪)

    • যাত্ৰা ৩৫:২১—ইস্ৰায়েলীসকলে যিদৰে মন খুলি দান কৰিলে, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w০০-HI ১১/১ ২৯ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ৩৫:১-২৪ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১১)

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ৪)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) bhs ২৬ ¶১৮-২০ (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬৮

  • ২০১৮ চনৰ প্ৰকাশন সমিতিৰ ৰিপৰ্ট: (১৫ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: সংগঠনে চপা কৰা কামত কি কি সাল-সলনি কৰিলে আৰু কিয়? চপা কৰা কাম কম কৰাৰ বাবে কি লাভ হʼল? বাইবেল আৰু ইয়াৰ ওপৰত আধাৰিত প্ৰকাশনবোৰ তৈয়াৰ কৰাত অনুবাদ কাৰ্য্য কিয় অতি গুৰুত্বপূৰ্ণ? ডিজিটেল প্ৰকাশন আৰু ভিডিঅʼ তৈয়াৰ কৰাৰ বাবে কি ভাল পৰিণাম হʼল?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ৮ ¶১১-১৮

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৬৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক