ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 অক্টোবৰ পৃষ্ঠা ৮
  • ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ নৱেম্বৰ মাহত বিশেষ অভিযান

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ নৱেম্বৰ মাহত বিশেষ অভিযান
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • নতুন পৃথিৱী নিচেই কাষত, এই শুভবাৰ্তা প্ৰচাৰ কৰক!
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপুনি মাৰ্চ বা এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিবনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 অক্টোবৰ পৃষ্ঠা ৮
এজন ভাই আৰু ভনীয়ে কাৰ্ডৰ ওচৰত থিয় হৈ লোকসকলক প্ৰচাৰ কৰি আছে। কাৰ্ডখনত নং ২ ২০২০ চনৰ ‘প্ৰহৰীদুৰ্গ’ ৰখা আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ নৱেম্বৰ মাহত বিশেষ অভিযান

নং ২ ২০২০ ‘প্ৰহৰীদুৰ্গ’ যাৰ বিষয় হয় ‘ঈশ্বৰৰ ৰাজ্য কি হয়?’

যীচুৱে “ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা” ঘোষণা কৰিছিল। (লূক ৪:৪৩) তেওঁ এই ৰাজ্যৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ লোকসকলক শিকালে। (মথি ৬:৯, ১০) আমি নৱেম্বৰ মাহত লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাবলৈ পৰিশ্ৰম কৰিম। (মথি ২৪:১৪) এই অভিযানত ভাগ লʼবলৈ আপুনি দৈনন্দিন জীৱনৰ কামত কি কি সাল-সলনি কৰিব পাৰে? প্ৰচাৰকসকলে এই মাহত ৩০ বা ৫০ ঘণ্টাৰ সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে।

আপোনাৰ এলেকাৰ বেছি সংখ্যক লোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ক কোনো শাস্ত্ৰ পদৰ বিষয়ে জনাওক। লোকসকলৰ ধৰ্ম বিশ্বাসৰ প্ৰতি দৃষ্টি ৰাখি চিন্তা কৰক যে তেওঁলোকক কোনটো শাস্ত্ৰ পদ পঢ়ি শুনাব। যদি কোনোবাই প্ৰথম সাক্ষাতত আমাৰ বাৰ্তাৰ প্ৰতি আগ্ৰহ দেখুৱাই, তেনেহʼলে তেওঁক জনসাধাৰণৰ বাবে সংস্কৰণ নং ২ ২০২০ চনৰ প্ৰহৰীদুৰ্গ দিয়ক। তেওঁক যিমান সোনকালে পাৰে পুনৰ সাক্ষাৎ কৰক আৰু শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো এখন প্ৰকাশনৰ সহায়ত বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই, তেওঁক বিৰোধ কৰা সকলো চৰকাৰক বিনাশ কৰিব। (দানি ২:৪৪; ১কৰি ১৫:২৪, ২৫) আহক আমি সকলোৱে এই অভিযানত যিমান পাৰোঁ, সিমান ভাগলৈ দেখুৱাও যে আমি যিহোৱা আৰু তেওঁৰ ৰাজ্যক সমৰ্থন কৰোঁ!

ৰজা যীচু খ্ৰীষ্ট সিংহাসনত বহি আছে আৰু সুন্দৰ প্ৰমোদবন পৃথিৱীখনৰ ওপৰত শাসন কৰি আছে।

ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীক প্ৰমোদবন কৰি তুলিব!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক