ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ১৬
  • আপুনি মাৰ্চ বা এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি মাৰ্চ বা এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিবনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • প্ৰচাৰ কৰি সম্পূৰ্ণকৈ সাক্ষী দিয়া
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ‘সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা’
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ২০০০ চনৰ এপ্ৰিল মাহক আমাৰ বাবে এক বিশেষ মাহ কৰিব পাৰিমনে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ১৬
কেইজনমান প্ৰচাৰে ৰাজ্যগৃহৰপৰা কাৰ্ডলৈ প্ৰচাৰ কৰিবলৈ গৈছে।

“খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে।”—২কৰি ৫:১৪

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি মাৰ্চ বা এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিবনে?

স্মৰণীয় দিনৰ সময়ছোৱাত আপুনি প্ৰচাৰ সেৱা বেছিকৈ কৰিব বিচাৰেনে? (২কৰি ৫:১৪, ১৫) মাৰ্চ আৰু এপ্ৰিল মাহৰ সময়ছোৱাত আপুনি ৩০ বা ৫০ ঘণ্টীয়া সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে। যদি আপুনি সহকাৰী অগ্ৰগামী সেৱা কৰিব বিচাৰে, তেনেহʼলে মণ্ডলীৰ সেৱা সমিতিক আবেদন কৰক। কোনে কোন মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিব, তাৰ বিষয়ে মণ্ডলীত ঘোষণা কৰা হʼব। তেতিয়া আন ভাই-ভনীসকলে অগ্ৰগামী ভাই-ভনীসকলৰ লগত প্ৰচাৰ কৰিবলৈ পৰিকল্পনা কৰিব পাৰে, যাতে তেওঁলোকৰ প্ৰয়োজনীয় ঘণ্টা পূৰ কৰিবলৈ সহায় কৰিব পাৰে। তেনেহʼলে আহক স্মৰণীয় দিনৰ সময়ছোৱাত প্ৰচাৰ কাৰ্য্যত বেছিকৈ ভাগ লওঁ। এইদৰে আমি প্ৰচাৰ কাৰ্য্যত নিজৰ দক্ষতা বঢ়াব পাৰিম আৰু এজনে-আনজনক উৎসাহিত কৰিব পাৰিম।—১থিচ ৫:১১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক