ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১৫
  • নতুন পৃথিৱী নিচেই কাষত, এই শুভবাৰ্তা প্ৰচাৰ কৰক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নতুন পৃথিৱী নিচেই কাষত, এই শুভবাৰ্তা প্ৰচাৰ কৰক!
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ নৱেম্বৰ মাহত বিশেষ অভিযান
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ চেপ্টেম্বৰ মাহৰ বিশেষ অভিযান
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • “নতুন শতাব্দীত—আপোনাৰ ভৱিষ্যত কেনে হ’ব?”
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • নতুন ব্ৰচাৰখন বিতৰণ কৰাৰ এক বিশেষ অভিযান
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১৫
এহাল দম্পতীয়ে নতুন পৃথিৱীত নিজৰ বন্ধুসকলক হাত বাউলিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নতুন পৃথিৱী নিচেই কাষত, এই শুভবাৰ্তা প্ৰচাৰ কৰক!

আমি নবেম্বৰ মাহত নতুন পৃথিৱীৰ বিষয়ে শুভবাৰ্তা জনাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম। (গীত ৩৭:১০, ১১; প্ৰকা ২১:৩-৫) এই অভিযানত ভাগ লʼবলৈ আপুনি নিজৰ কামত কিছুমান সাল-সলনি কৰিব পাৰে। নবেম্বৰ মাহত যদি আপুনি সহকাৰী অগ্ৰগামী সেৱা কৰিব বিচাৰে, তেনেহʼলে ৩০ ঘণ্টা বা ৫০ ঘণ্টা প্ৰচাৰ কামত দিব পাৰে।

নতুন পৃথিৱীৰ বিষয়ে জনাবলৈ আপুনি কোনো এটা বাইবেল পদ বাছনি কৰি ৰাখিব পাৰে, যাতে বেছি লোকসকলক ইয়াৰ বিষয়ে জনাব পাৰে। চিন্তা কৰক যে কোনটো পদ দেখুৱালে আপোনাৰ এলেকাৰ লোকসকলে বেছিকৈ জানিবলৈ আগ্ৰহী হʼব। যদি কোনো এজন ব্যক্তিয়ে প্ৰথম সাক্ষাতত বেছি আগ্ৰহ দেখুৱায়, তেনেহʼলে ২০২১ চনৰ জনসাধাৰণৰ বাবে প্ৰহৰীদুৰ্গ (হিন্দী) সংস্কৰণৰ নং ২ দিব পাৰে। তাৰ পাছত যিমান সোনকালে পাৰে, সিমান সোনকালে সেই ব্যক্তিজনৰ লগত পুনৰ সাক্ষাৎ কৰিবলৈ চেষ্টা কৰক আৰু এক অনন্ত জীৱন নামৰ ব্ৰচাৰখনৰপৰা অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। যদি আমি “মঙ্গলৰ শুভবাৰ্ত্তা” জনাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে আমি আনন্দ লাভ কৰিম।—যিচ ৫২:৭.

শুভবাৰ্তা জনোৱাৰ এটা উপায়ৰ বিষয়ে জানিবলৈ প্ৰথম সাক্ষাৎ: শুভবাৰ্তা—গীত ৩৭:১০, ১১ ভিডিঅʼখন চাওক

নতুন পৃথিৱী হʼব এই ব্ৰʼডকাষ্টিং গীতৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • সৰু ছোৱালীজনীয়ে কেনেধৰণৰ জীৱনৰ বিষয়ে কল্পনা কৰি আছে?

  • নতুন পৃথিৱীত কি কি আশীৰ্বাদ পাবলৈ আপুনি অপেক্ষা কৰিছে?

  • নতুন পৃথিৱীৰ বিষয়ে ধ্যান কৰিলে নবেম্বৰ মাহৰ অভিযানত ভাগ লʼবলৈ আপুনি কেনেকৈ সহায় লাভ কৰিব?—লূক ৬:৪৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক