জীৱ-জন্তুৰ বলিদান যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানক চিত্ৰিত কৰিছিল
আলোচনাৰ বাবে আৰ্হি
●○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰৰ ৰাজ্য কি হয়?
পদ: মথি ৬:৯, ১০ বা যিচ ৯:৬, ৭
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
○● পুনৰ সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
পদ: মথি ১৪:১৯, ২০ বা গীত ৭২:১৬
পৰৱৰ্তী সাক্ষাতৰ বাবে: এই ৰাজ্যই পৃথিৱীত কেতিয়া শাসন কৰিব?