ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মাৰ্চ পৃষ্ঠা ১
  • আলোচনাৰ বাবে আৰ্হি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আলোচনাৰ বাবে আৰ্হি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ●○○ প্ৰথম সাক্ষাৎ
  • ○●○ প্ৰথম পুনৰ সাক্ষাৎ
  • ○○● দ্বিতীয় পুনৰ সাক্ষাৎ
  • স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ১৪–এপ্ৰিল ৭):
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মাৰ্চ পৃষ্ঠা ১
অব্ৰাহাম আৰু ইচহাকে মোৰিয়া দেশলৈ খোজকাঢ়ি গৈছে।

অব্ৰাহমে আজ্ঞা পালন কৰি ইচহাকক মোৰিয়া দেশলৈ লৈ যায়

আলোচনাৰ বাবে আৰ্হি

●○○ প্ৰথম সাক্ষাৎ

প্ৰশ্ন: যীচু খ্ৰীষ্ট কোন আছিল?

পদ: মথি ১৬:১৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

  • ‘বাইবেলে প্ৰকৃততে কি শিকায়?’ কিতাপ

    bh ৩৯ ¶৫

○●○ প্ৰথম পুনৰ সাক্ষাৎ

প্ৰশ্ন: যীচুৰ কিয় মৃত্যু হৈছিল?

পদ: মথি ২০:২৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

  • ‘বাইবেলে প্ৰকৃততে কি শিকায়?’ কিতাপ

    bh ৪৭ ¶২

○○● দ্বিতীয় পুনৰ সাক্ষাৎ

প্ৰশ্ন: যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

পদ: যোহ ১৭:৩

পৰৱৰ্তী সাক্ষাতৰ বাবে: যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

  • ‘বাইবেলে প্ৰকৃততে কি শিকায়?’ কিতাপ

    bh ৫৫ ¶১৯

স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ১৪–এপ্ৰিল ৭):

“আমি আপোনাক এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ দিবলৈ আহিছোঁ আৰু ইয়াত লাখ লাখ লোকে উপস্থিত হʼব। ই হৈছে যীচুৰ মৃত্যুৰ বাৰ্ষিক দিন।” নিমন্ত্ৰণ-পত্ৰখন ব্যক্তিজনক দিয়ক। “ইয়াত সভাৰ সময় আৰু ঠিকনা দিয়া আছে। ইয়াৰ উপৰিও, আমি আপোনাক স্মৰণীয় দিনৰ আগৰ সপ্তাহত হʼবলগীয়া এক বিশেষ ভাষণৰ বাবেও নিমন্ত্ৰণ কৰিব বিচাৰোঁ।”

যদি আগ্ৰহ দেখুৱায়, তেনেহʼলে পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক