ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মে’ পৃষ্ঠা ১
  • আলোচনাৰ বাবে আৰ্হি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আলোচনাৰ বাবে আৰ্হি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ●○○ প্ৰথম সাক্ষাৎ
  • ○●○ প্ৰথম পুনৰ সাক্ষাৎ
  • ○○● দ্বিতীয় পুনৰ সাক্ষাৎ
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মে’ পৃষ্ঠা ১
যোচেফ মিচৰ দেশৰ এখন বন্দীশালত।

যোচেফ মিচৰ দেশৰ বন্দীশালত থাকোঁতে, যিহোৱাৰ ওপৰত ভৰসা কৰিছিল

আলোচনাৰ বাবে আৰ্হি

●○○ প্ৰথম সাক্ষাৎ

প্ৰশ্ন: মৃত্যুৰ পাছত আমাৰ কি হয়?

পদ: উপ ৯:৫ক

পৰৱৰ্তী সাক্ষাতৰ বাবে: মৃত লোকসকল পুনৰ জীৱিত হʼবনে?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

  • ‘বাইবেলে প্ৰকৃততে কি শিকায়?’ কিতাপ

    bh ৫৮-৫৯ ¶৬

○●○ প্ৰথম পুনৰ সাক্ষাৎ

প্ৰশ্ন: মৃত লোকসকল পুনৰ জীৱিত হʼবনে?

পদ: ইয়ো ১৪:১৪, ১৫

পৰৱৰ্তী সাক্ষাতৰ বাবে: যেতিয়া ঈশ্বৰে আমাৰ আপোনজনাক পুনৰ জীৱিত কৰিব, তেতিয়া পৃথিৱীখনৰ পৰিস্থিতি কেনেকুৱা হʼব?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

  • ‘বাইবেলে প্ৰকৃততে কি শিকায়?’ কিতাপ

    bh ৭১ ¶১৪

○○● দ্বিতীয় পুনৰ সাক্ষাৎ

প্ৰশ্ন: যেতিয়া ঈশ্বৰে আমাৰ আপোনজনাক পুনৰ জীৱিত কৰিব, তেতিয়া পৃথিৱীখনৰ পৰিস্থিতি কেনেকুৱা হʼব?

পদ: যিচ ৩২:১৮

পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে এই পৃথিৱীখনত কেনেকৈ শান্তি স্থাপন কৰিব?

শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:

  • ‘বাইবেলে প্ৰকৃততে কি শিকায়?’ কিতাপ

    bh ৩৪ ¶১৮

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক