ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 জানুৱাৰী পৃষ্ঠা ৪
  • জানুৱাৰী ১১-১৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ১১-১৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 জানুৱাৰী পৃষ্ঠা ৪

জানুৱাৰী ১১-১৭

২ বংশাৱলি ৩৩-৩৬

  • গীত ৩৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “হৃদয়েৰে অনুতাপ কৰা লোকসকল যিহোৱাৰ দৃষ্টিত বহুমূলীয়া”: (১০ মি.)

    • ২বং ৩৩:২-৯, ১২-১৬—হৃদয়ৰপৰা অনুতাপ কৰাৰ বাবে মনচিক ক্ষমা কৰা হৈছিল (w০৫-E ১২/১ ২১ ¶৫)

    • ২বং ৩৪:১৮, ৩০, ৩৩—বাইবেলখন পঢ়িলে আৰু ইয়াৰ ওপৰত ধ্যান কৰিলে ই আমাক গভীৰভাৱে প্ৰভাৱিত কৰিব (w০৫-E ১২/১ ২১ ¶১০)

    • ২বং ৩৬:১৫-১৭—যিহোৱাই সহানুভূতি আৰু ধৈৰ্য্য দেখুৱাৰ বাবে আমি কেতিয়াও সুবিধা লʼব নালাগে (w০৫-E ১২/১ ২১ ¶৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ২বং ৩৩:১১—মনচিক বাবিল নগৰলৈ বন্দী কৰি লৈ যোৱাৰ সময়ত কোনটো ভৱিষ্যতবাণী পূৰ হৈছিল? (it-১-E ৬২ ¶২; w০৬ ১২/১ পৃ. ৯ ¶৫)

    • ২বং ৩৪:১-৩—যোচিয়াৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? (w০৫-E ১২/১ ২১ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিবলৈ সহায় কৰিলে?

    • মই এই সপ্তাহৰ বাইবেল পাঠৰপৰা কি বিষয় ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?

  • বাইবেল পাঠ: ২বং ৩৪:২২-৩৩ (৪ মি. বা কম)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) T-35 ট্ৰেক্টখন প্ৰস্তুত কৰক। পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) T-35 ট্ৰেক্টখন ভালপোৱা লোকসকলক কেনেকৈ পুনৰ সাক্ষাৎ কৰিব পাৰি, তাৰ বিষয়ে এটা প্ৰদৰ্শন দেখুৱাওক। পৰৱৰ্তী সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) এটা বাইবেল অধ্যয়নৰ প্ৰদৰ্শন কৰক। (bh ৯-১০ ¶৬-৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১

  • অনুতাপে জীৱনত পাৰ্থক্য আনে: (১০ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। (w০৬-E ১১/১৫ ২৭-২৮ ¶৭-৯)

  • হৃদয়ৰপৰা ক্ষমা কৰক: (৫ মি.) আলোচনা। যিহোৱাৰ বন্ধু হওক—হৃদয়ৰপৰা ক্ষমা কৰক (হিন্দী) এই ভিডিঅʼখন দেখুৱাওক। (jw.org বাইবেলৰ শিক্ষাবোৰ > লʼৰা-ছোৱালী চাওক।) ইয়াৰ পাছত লʼৰা-ছোৱালীয়ে কি শিকিলে, তাৰ বিষয়ে মন্তব্য কৰিবলৈ তেওঁলোকক অনুৰোধ কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: bh অধ্যা. ১ ¶১-১০ (৩০ মি.)

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৪৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক