ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ২
  • ফেব্ৰুৱাৰী ১-৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ১-৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ২

ফেব্ৰুৱাৰী ১-৭

নহিমিয়া ১-৪

  • গীত ১৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নহিমিয়াই সত্য উপাসনাক ভাল পাইছিল”: (১০ মি.)

    • [নহিমিয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • নহি ১:১১–২:৩—সত্য উপাসনাৰ উন্নতি দেখি নহিমিয়াই আনন্দিত হৈছিল (w০৬-E ২/১ ৯ ¶৭)

    • নহি ৪:১৪—যিহোৱা ঈশ্বৰৰ প্ৰতি নিজৰ ধ্যান দিয়াৰ দ্বাৰা নহিমিয়াই সত্য উপাসনালৈ অহা বিৰোধবোৰ পাৰ কৰিব পাৰিছিল (w০৬-E ২/১ ১০ ¶৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • নহি ১:১; ২:১—নহিমিয়া ১:১ আৰু ২:১ পদত বৰ্ণনা কৰা ‘২০ বছৰক’ আমি কিয় একেটা ঘটনাৰ বিষয়ে উল্লেখ কৰিছে বুলি কʼব পাৰোঁ? (w০৬-E ২/১ ৮ ¶৫)

    • নহি ৪:১৭, ১৮—এজন ব্যক্তিয়ে কেনেকৈ এখন হাতেৰে নিৰ্মাণ কাৰ্য্য কৰিবলৈ সক্ষম হৈছিল? (w০৬-E ২/১ ৯ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিবলৈ সহায় কৰিলে?

    • মই এই সপ্তাহৰ বাইবেল পাঠৰপৰা কি বিষয় ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?

  • বাইবেল পাঠ: নহি ৩:১-১৪ (৪ মি. বা কম)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • এই মাহৰ প্ৰদৰ্শন প্ৰস্তুত কৰক: (১৫ মি.) আলোচনা। প্ৰথম পৃষ্ঠাত উল্লেখ কৰা আৰ্হি অনুসৰি ট্ৰেক্টৰপৰা দুটা প্ৰৰ্দশন দেখুৱাওক আৰু ব্ৰচাৰখনৰ বাবে প্ৰস্তুত কৰা ভিডিঅʼখন দেখুৱাওক। ইয়াৰ পাছত মূল বিষয়বোৰ আলোচনা কৰক। পুনৰ সাক্ষাতৰ বাবে প্ৰচাৰকে কেনেকৈ ভিত্তিমূল গঢ়ি তুলিছে তাৰ বিষয়ে বৰ্ণনা কৰক। নিজৰ প্ৰদৰ্শন প্ৰস্তুত কৰিবলৈ প্ৰচাৰকসকলক উৎসাহিত কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৫

  • মাৰ্চ বা এপ্ৰিল মাহত সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ পৰিকল্পনা কৰক: (১৫ মি.) আলোচনা। “এই বছৰৰ স্মাৰকৰ সময়ছোৱাক আনন্দময় কৰি তোলক!” (km-E ২/১৪ ২) এই লেখটোৰপৰা কিছুমান বিষয় আলোচনা কৰক। আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ উৎসাহিত কৰক। (হিতো ২১:৫) আগতে সহযোগী অগ্ৰগামী সেৱা কৰা দুজন প্ৰচাৰকৰ সাক্ষাতকাৰ লওক। তেওঁলোকে কি কি বাধা পাৰ কৰিবলগীয়া হৈছিল? আৰু তেওঁলোকে কেনেধৰণৰ আনন্দ লাভ কৰিছিল?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: bh অধ্যায় ১ ¶১৮-২৪ (৩০ মি.)

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক