ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৩
  • ফেব্ৰুৱাৰী ৮-১৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ৮-১৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৩

ফেব্ৰুৱাৰী ৮-১৪

নহিমিয়া ৫-৮

  • গীত ৪২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নহিমিয়া এজন ভাল অধ্যক্ষ আছিল”: (১০ মি.)

    • নহি ৫:১-৭—নহিমিয়াই লোকসকলৰ কথা শুনিছিল আৰু সমস্যাবোৰ সমাধান কৰিবলৈ পদক্ষেপ লৈছিল (w০৬-E ২/১ ৯ ¶২)

    • নহি ৫:১৪-১৯—নহিমিয়াই নম্ৰতা, নিস্বাৰ্থ প্ৰেম আৰু বুদ্ধিমতা দেখুৱাইছিল (w০৬-E ২/১ ১০ ¶৪)

    • নহি ৪:৪-১২—লোকসকলক ঈশ্বৰৰ বিষয়ে শিক্ষা দিয়া কাৰ্য্যত নহিমিয়াই ভাগ লৈছিল (w০৬-E ২/১ ১১ ¶৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • নহি ৬:৫—চন্‌বল্লটে ‘এখন খোলা চিঠি’ নহিমিয়াৰ ওচৰলৈ কিয় পঠিয়াইছিল? (w০৬-E ২/১ ৯ ¶৩)

    • নহি ৬:১০-১৩—নহিমিয়াই কিয় চময়াৰ পৰামৰ্শ গ্ৰহণ কৰা নাছিল? (w০৭-E ৭/১ ৩০ ¶১৫)

    • এই সপ্তাহৰ বাইবেল পাঠে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিবলৈ সহায় কৰিলে?

    • মই এই সপ্তাহৰ বাইবেল পাঠৰপৰা কি বিষয় ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?

  • বাইবেল পাঠ: নহি ৬:১৪–৭:৭ (৪ মি. বা কম)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) দুখ-কষ্টৰ অন্ত হʼবনে? ট্ৰেক্টখন প্ৰস্তুত কৰক। পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) দুখ-কষ্টৰ অন্ত হʼবনে? ট্ৰেক্টখনৰ প্ৰতি আগ্ৰহ দেখুৱা লোকসকলক কেনেকৈ পুনৰ সাক্ষাৎ কৰিব পাৰি, তাৰ বিষয়ে এটা প্ৰদৰ্শন দেখুৱাওক। পৰৱৰ্তী সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) এটা বাইবেল অধ্যয়নৰ প্ৰদৰ্শন কৰক। (bh ২৮-২৯ ¶৪-৫)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩১

  • আপুনি “আকাঙ্ক্ষা” কৰেনে?: (১০ মি.) ২০১৪ চনৰ ১৫ চেপ্টেম্বৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ ৩-৬ পৃষ্ঠাৰ আধাৰত এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। ২০১৫ চনৰ ডিচেম্বৰ মাহত JW ব্ৰডকাষ্টিঙত প্ৰচাৰণ কৰা ভাইসকল—ভাল কামৰ বাবে আকাঙ্ক্ষা কৰা! নামৰ ভিডিঅʼখন দেখুৱাওক। এজন ভায়ে অধ্যক্ষ হʼবলৈ আকাঙ্ক্ষা কৰাৰ সঠিক কাৰণ কি হোৱা উচিত, তাৰ বিষয়ে বৰ্ণনা কৰক। পৰিচাৰক আৰু প্ৰাচীন হʼবলৈ যিবোৰ গুণৰ প্ৰয়োজন হয় সেই গুণবোৰ আহৰণ কৰিবলৈ ভাইসকলক উৎসাহিত কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: bh অধ্যায় ২ ¶১-৯ (৩০ মি.)

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক