ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৩
  • নহিমিয়া এজন ভাল অধ্যক্ষ আছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নহিমিয়া এজন ভাল অধ্যক্ষ আছিল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • মিল থকা বিষয়
  • নহিমিয়াই সত্য উপাসনাক ভাল পাইছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • যিৰূচালেমৰ দেৱাল
    বাইবেলৰ কাহিনী
  • যিৰূচালেমৰ দেৱাল
    বাইবেলৰ পৰা শিকোঁ আহা
  • নহিমিয়াই সেৱা কৰোৱাৰ পৰিৱৰ্তে সেৱা কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | নহিমিয়া ৫-৮

নহিমিয়া এজন ভাল অধ্যক্ষ আছিল

টিচৰি খৃ.পূ. ৪৫৫

৮:১-১৮

  1. সম্ভৱত, এই সময়তে নহিমিয়াই সত্য উপাসনাৰ বাবে লোকসকলক একগোট হʼবলৈ উৎসাহিত কৰিছিল।

  2. পৰিণামস্বৰূপে সকলোৱে আনন্দিত হৈছিল।

  3. ঈশ্বৰৰ নিয়ম ভালদৰে কেনেকৈ পালন কৰিব পাৰি, তাৰ বিষয়ে জানিবলৈ পৰিয়ালৰ মুৰব্বীসকলে একগোট হৈছিল

  4. লোকসকলে আনন্দেৰে পঁজা-পৰ্ব্ব পালন কৰিবলৈ প্ৰস্তুতি কৰিছিল

ঈশ্বৰক উপাসনা কৰিবলৈ, নিৰ্দেশনা গ্ৰহণ কৰিবলৈ আৰু পঁজা-পৰ্ব্ব উদ্‌যাপন কৰিবলৈ ইস্ৰায়েলী লোকসকলে টিচৰি খৃ.পূ. ৪৫৫ সময়ছোৱাত একগোট হৈছিল
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক