ফেব্ৰুৱাৰী ১৫-২১
নহিমিয়া ৯-১১
গীত ২৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“বিশ্বাসী উপাসকসকলে ঈশ্বৰশাসিত ব্যৱস্থাক সমৰ্থন কৰে”: (১০ মি.)
নহি ১০:২৮-৩০—“দেশীয় মানুহবিলাকৰ লগত” বিয়া-বাৰু নকৰিবলৈ তেওঁলোকে সন্মত হৈছিল (w৯৮-E ১০/১৫ ২১ ¶১১)
নহি ১০:৩২-৩৯—তেওঁলোকে সকলো উপায়েৰে সত্য উপাসনাক সমৰ্থন কৰিবলৈ দৃঢ়সংকল্প লৈছিল (w৯৮-E ১০/১৫ ২১ ¶১১-১২)
নহি ১১:১, ২—তেওঁলোকে স্ব-ইচ্ছাৰে এক বিশেষ ব্যৱস্থাক সমৰ্থন কৰিছিল (w০৬-E ২/১ ১১ ¶৬; w৯৮-E ১০/১৫ ২২ ¶১৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
নহি ৯:১৯-২১—নিজৰ সেৱকসকলৰ প্ৰয়োজনীয় সকলো বস্তুৰ ব্যৱস্থা কৰে বুলি যিহোৱা ঈশ্বৰে কেনেকৈ প্ৰমাণ কৰিছিল? (w১৩-E ৯/১৫ ৯ ¶৯-১০)
নহি ৯:৬-৩৮—প্ৰাৰ্থনা কৰাৰ বিষয়ে লেবীসকলে আমাৰ বাবে কি ভাল উদাহৰণ ৰাখিলে? (w১৩-E ১০/১৫ ২২-২৩ ¶৬-৭)
এই সপ্তাহৰ বাইবেল পাঠে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিবলৈ সহায় কৰিলে?
মই এই সপ্তাহৰ বাইবেল পাঠৰপৰা কি বিষয় ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?
বাইবেল পাঠ: নহি ১১:১৫-৩৬ (৪ মি. বা কম)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) দুখ-কষ্টৰ অন্ত হʼবনে? ট্ৰেক্টখনৰ শেষৰ পৃষ্ঠা ব্যৱহাৰ কৰি প্ৰস্তুত কৰক। পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) দুখ-কষ্টৰ অন্ত হʼবনে? ট্ৰেক্টখনৰ প্ৰতি আগ্ৰহ দেখুৱা লোকসকলক কেনেকৈ পুনৰ সাক্ষাৎ কৰিব পাৰি, তাৰ বিষয়ে এটা প্ৰদৰ্শন দেখুৱাওক। পৰৱৰ্তী সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) এটা বাইবেল অধ্যয়নৰ প্ৰদৰ্শন কৰক। (bh ৩২-৩৩ ¶১৩-১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১৯
“উত্তম জীৱন”: (১৫ মি.) আলোচনা। প্ৰথমে ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত প্ৰশ্নবোৰ আলোচনা কৰক। অবিবাহিত থকাৰ বাবে কেইবাবছৰো যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ সুযোগ পোৱা এনে কোনো অবিবাহিত বা বিবাহিত প্ৰচাৰকৰ চমুকৈ সাক্ষাতকাৰ লওক। (১কৰি ৭:৩৫) ইয়াৰ পৰিণামস্বৰূপে তেওঁ কি কি আশীৰ্বাদ লাভ কৰিছিল?
মণ্ডলীৰ বাইবেল অধ্যয়ন: bh অধ্যায় ২ ¶১০-১৭ (৩০ মি.)
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১৩ আৰু প্ৰাৰ্থনা