ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৪
  • উত্তম জীৱন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উত্তম জীৱন
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • মিল থকা বিষয়
  • যিহোৱাৰ লগত থকা আপোনাৰ বন্ধুত্ব দৃঢ় কৰি থাকক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৪

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

উত্তম জীৱন

যিহোৱা ঈশ্বৰৰ সংগঠনত ডেকা লʼৰা-ছোৱালীয়ে সেৱা কৰাৰ বাবে বহুতো সুযোগ আছে। কেমেৰুন নামৰ এজনী ভনীয়ে কেনেকৈ যৌৱন কাল বুদ্ধিমতাৰে ব্যৱহাৰ কৰিছে, তাৰ বিষয়ে জানিবলৈ উত্তম জীৱন নামৰ ভিডিঅʼখন চাওক। ইয়াৰ পাছত নিম্ন লিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। (jw.org বাইবেলৰ শিক্ষাবোৰ > লʼৰা-ছোৱালী চাওক।)

কেমেৰুনে আমেৰিকাৰপৰা মালাৱিলৈ কেনেকৈ যাত্ৰা কৰিব তাৰ বিষয়ে দেখুৱাইছে
  • কেমেৰুনৰ বাবে জীৱনত কি বিষয় গুৰুত্বপূৰ্ণ আছিল?

  • তাই কেতিয়া আৰু কেনেকৈ নিজৰ সেৱা আৰু বেছিকৈ কৰিবলৈ নিৰ্ণয় লয়?

  • যি দেশত প্ৰচাৰকৰ প্ৰয়োজন, তেনে এখন দেশত সেৱা কৰিবলৈ তাই কেনেকৈ তৈয়াৰী কৰিছিল?

    মালাৱিৰ এগৰাকী তিৰোতাক কেমেৰুনে বাইবেলৰ পদ দেখুৱাইছে
  • আন এখন দেশত সেৱা কৰোঁতে কেমেৰুনে কি কি সমস্যাৰ সন্মুখীন হৈছিল?

  • আমি আন এখন ঠাই বা বেলেগ পৰিৱেশত যিহোৱা ঈশ্বৰক সেৱা কৰাটো কিয় লাভজনক হʼব পাৰে?

  • কেমেৰুনে কি কি আশীৰ্বাদ লাভ কৰিছিল?

    মালাৱিৰ যিহোৱাৰ সাক্ষীসকলে নমস্কাৰ জনাইছে
  • যিহোৱা ঈশ্বৰক সেৱা কৰাটোৱেই কিয় এক উত্তম জীৱন?

  • যিহোৱা ঈশ্বৰৰ সংগঠনত ডেকা লʼৰা-ছোৱালীয়ে সেৱা কৰিবলৈ আৰু কি কি সুযোগ আছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক