ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৬
  • ফেব্ৰুৱাৰী ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৬

ফেব্ৰুৱাৰী ২২-২৮

নহিমিয়া ১২-১৩

  • গীত ২৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নহিমিয়াৰপৰা ব্যৱহাৰিক শিক্ষা”: (১০ মি.)

    • নহি ১৩:৪-৯—বেয়া সংগতি ত্যাগ কৰক (w১৩-E ৮/১৫ ৪ ¶৫-৮)

    • নহি ১৩:১৫-২১—আধ্যাত্মিক বিষয়বোৰক প্ৰথমস্থান দিয়ক (w১৩-E ৮/১৫ ৫-৬ ¶১৩-১৫)

    • নহি ১৩:২৩-২৭—সত্য খ্ৰীষ্টানৰ পৰিচয়ক সুৰক্ষিত ৰাখক (w১৩-E ৮/১৫ ৬-৭ ¶১৬-১৮)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • নহি ১২:৩১—গীত গাবৰ বাবে দুটা মহাদল ব্যৱস্থা কৰাৰ কাৰণ কি আছিল? (it-২-E ৪৫৪ ¶১)

    • নহি ১৩:৩১—নহিমিয়াই যিহোৱা ঈশ্বৰক কিহৰ বাবে প্ৰাৰ্থনা কৰিছিল? (w১১-E ২/১ ১৪ ¶৩-৫; w৯৩-E ৭/৫ ২২ ¶১৭)

    • এই সপ্তাহৰ বাইবেল পাঠে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিবলৈ সহায় কৰিলে?

    • মই এই সপ্তাহৰ বাইবেল পাঠৰপৰা কি বিষয় ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?

  • বাইবেল পাঠ: নহি ১২:১-২৬ (৪ মি. বা কম)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) অলপ আগ্ৰহ দেখুৱা লোককো স্মৰণীয় দিনৰ নিমন্ত্ৰণ পত্ৰখন দিয়ক।

  • প্ৰথম সাক্ষাৎ: (৪ মি. বা কম) আগ্ৰহ দেখুৱা লোকক স্মৰণীয় দিনৰ নিমন্ত্ৰণ পত্ৰ আৰু ভাল খবৰ ব্ৰচাৰখন দিয়ক। পৰৱৰ্তী সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় কিতাপখনৰ ২০৬-২০৯ পৃষ্ঠা ব্যৱহাৰ কৰি স্মৰণীয় দিনৰ বিষয়ে বাইবেল বিদ্যাৰ্থীক বৰ্ণনা কৰক। বিদ্যাৰ্থীজনে যাতে স্মৰণীয় দিনত উপস্থিত হʼব পাৰে তাৰ বাবে ব্যৱহাৰিক সহায় আগবঢ়াওক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৮

  • “আপোনাৰ এলাকাৰ সকলোকে স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাওক”: (১৫ মি.) আলোচনা। মণ্ডলীৰ এলাকাবোৰত কেনেকৈ নিমন্ত্ৰণ পত্ৰবোৰ বিতৰণ কৰা হʼব তাৰ বিষয়ে বৰ্ণনা কৰক। “বিবেচনা কৰিবলগীয়া পদক্ষেপবোৰ” আলোচনা কৰাৰ সময়ত স্মৰণীয় দিনৰ ভিডিঅʼখন দেখুৱাওক। এই অভিযানত সম্পূৰ্ণৰূপে ভাগ লʼবলৈ আৰু আগ্ৰহী লোকক সহায় কৰিবলৈ সকলোকে উৎসাহিত কৰক। এটা প্ৰদৰ্শন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: bh অধ্যায় ২ ¶১৮-২০, অতিৰিক্ত লেখ পৃ. ২০০-২০১ (৩০ মি.)

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক