ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৬
  • নহিমিয়াৰপৰা ব্যৱহাৰিক শিক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নহিমিয়াৰপৰা ব্যৱহাৰিক শিক্ষা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • মিল থকা বিষয়
  • যিৰূচালেমৰ দেৱাল
    বাইবেলৰ কাহিনী
  • যিৰূচালেমৰ দেৱাল
    বাইবেলৰ পৰা শিকোঁ আহা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | নহিমিয়া ১২-১৩

নহিমিয়াৰপৰা ব্যৱহাৰিক শিক্ষা

নহিমিয়াই সাহসেৰে সত্য উপাসনাক সুৰক্ষিত কৰিছিল

১৩:৪-৯, ১৫-২১, ২৩-২৭

টোবিয়াৰ সকলো বস্তু নহিমিয়াই ঈশ্বৰৰ গৃহৰ কোঠালিৰপৰা উলিয়াই পেলাইছিল
  • অবিশ্বাসী আৰু বিৰোধী টোবিয়াই প্ৰধান পুৰোহিত ইলিয়াচীবক প্ৰভাৱিত কৰিছিল

  • টোবিয়াৰ বাবে ইলিয়াচীবে ঈশ্বৰৰ গৃহত এটা কোঠালিৰ ব্যৱস্থা কৰিছিল

  • টোবিয়াৰ সকলো বস্তু নহিমিয়াই কোঠালিৰপৰা উলিয়াই পেলাইছিল। ইয়াৰ পাছত নহিমিয়াই কোঠালিটো পৰিষ্কাৰ কৰি, সকলো বস্তু পুনৰ আগৰ ঠাইত ৰাখিছিল

  • নহিমিয়াই যিৰূচালেমৰপৰা সকলো অশুচি কাৰ্য্য দূৰ কৰিছিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক