ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৮
  • আপোনাৰ এলাকাৰ সকলোকে স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাওক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ এলাকাৰ সকলোকে স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাওক!
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বিবেচনা কৰিবলগীয়া পদক্ষেপবোৰ
  • স্মৰণীয় দিনৰ পৰিশ্ৰমত যিহোৱাৰ আশীৰ্বাদ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • আমি স্মৰণীয় দিনত কিয় উপস্থিত হওঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপোনাৰ এলাকাৰ সকলোকে স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ জনাওক!

ছপা সংস্কৰণ
যীচুৰ মৃত্যুৰ স্মৰণীয় দিনৰ বাবে ২০১৬ চনৰ নিমন্ত্ৰণ পত্ৰ

এই অভিযান ২৭ ফেব্ৰুৱাৰীৰপৰা আৰম্ভ হʼব আৰু আমাৰ এলাকাৰ সকলোকে যীচু খ্ৰীষ্টৰ মৃত্যুৰ দিন পালন কৰিবলৈ আমি নিমন্ত্ৰণ কৰিম। আগ্ৰহী লোকক সহায় কৰিবলৈ আমি সকলোৱে ধ্যান দিয়া উচিত।

বিবেচনা কৰিবলগীয়া পদক্ষেপবোৰ

আপুনি কেনেকৈ কʼব

“এক গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে জানিবলৈ আমি এই নিমন্ত্ৰণ পত্ৰখন বিতৰণ কৰিছোঁ। গোটেই পৃথিৱীজুৰি লাখ লাখ লোকে মাৰ্চ মাহৰ ২৩ তাৰিখে, যীচু খ্ৰীষ্টৰ মৃত্যুৰ দিন পালন কৰিবলৈ আৰু তেওঁৰ মৃত্যুয়ে আমাৰ বাবে কি লাভ কঢ়িয়াই আনিব, তাৰ ওপৰত বাইবেল আধাৰিত এক ভাষণ শুনিবলৈ একগোট হʼব। সময় আৰু ঠিকনাৰ বিষয়ে এই নিমন্ত্ৰণ পত্ৰখনত উল্লেখ আছে। অনুগ্ৰহ কৰি আহিব।”

আগ্ৰহী লোকক আপুনি . . .

  • ঈশ্বৰৰ ৰাজ্য কি হয়? ট্ৰেক্টখন আগবঢ়াওক

    পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • স্মৰণীয় দিনৰ ভিডিঅʼখন দেখুৱাওক

    পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

পৰৱৰ্তী সাক্ষাতৰ সময়ত, আপুনি . . .

  • বাইবেল কিয় অধ্যয়ন কৰা উচিত? ভিডিঅʼখন দেখুৱাওক

    তাৰ পাছত, বাইবেল অধ্যয়নৰ বাবে প্ৰকাশন আগবঢ়াওক।

  • বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপখন আগবঢ়াওক

    ২০৬-২০৯ পৃষ্ঠা ব্যৱহাৰ কৰি স্মৰণীয় দিনৰ বিষয়ে অধিক জানিবলৈ সহায় কৰক। তাৰ পাছত কিতাপখন আগবঢ়াওক।

  • ঈশ্বৰৰ বাক্য শুনক ব্ৰচাৰখন আগবঢ়াওক

    ১৮-১৯ পৃষ্ঠা ব্যৱহাৰ কৰি যীচু খ্ৰীষ্টৰ মৃত্যুৱে আমাৰ বাবে কি অৰ্থ ৰাখে তাৰ বিষয়ে আলোচনা কৰক। তাৰ পাছত ব্ৰচাৰখন আগবঢ়াওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক