ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 এপ্ৰিল পৃষ্ঠা ১
  • আলোচনাৰ বাবে আৰ্হি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আলোচনাৰ বাবে আৰ্হি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ●○○ প্ৰথম সাক্ষাৎ
  • ○●○ প্ৰথম পুনৰ সাক্ষাৎ
  • ○○● দ্বিতীয় পুনৰ সাক্ষাৎ
  • স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ২৩–এপ্ৰিল ১৯):
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 এপ্ৰিল পৃষ্ঠা ১
এহাল দম্পতীয়ে এজন ব্যক্তিক স্মৰণীয় দিনত সম্ভাষণ জনাইছে

নতুন এজন ব্যক্তিক স্মৰণীয় দিনলৈ সম্ভাষণ জনাইছে

আলোচনাৰ বাবে আৰ্হি

●○○ প্ৰথম সাক্ষাৎ

প্ৰশ্ন: যীচু কোন আছিল?

পদ: মথি ১৬:১৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?

○●○ প্ৰথম পুনৰ সাক্ষাৎ

প্ৰশ্ন: যীচুৰ কিয় মৃত্যু হৈছিল?

পদ: মথি ২০:২৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ বাবে আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

○○● দ্বিতীয় পুনৰ সাক্ষাৎ

প্ৰশ্ন: যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ বাবে আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

পদ: যোহ ১৭:৩

পৰৱৰ্তী সাক্ষাতৰ বাবে: যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত কি হয়?

স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ২৩–এপ্ৰিল ১৯):

আমি আপোনাক এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ। এইখন আপোনাৰ বাবে। এপ্ৰিল মাহৰ ১৯ তাৰিখ, শুক্ৰবাৰে যীচু খ্ৰীষ্টৰ মৃত্যুৰ দিনটো সোঁৱৰণ কৰিবলৈ পৃথিৱীজুৰি লাখ লাখ লোক একত্ৰিত হʼব। সময় আৰু ঠিকনা এই নিমন্ত্ৰণ-পত্ৰখনত উল্লেখ আছে। ইয়াৰ লগতে, আমি আপোনাক স্মৰণীয় দিনৰ আগৰ সপ্তাহত হʼবলগীয়া এক বিশেষ ভাষণৰ বাবেও নিমন্ত্ৰণ কৰিব বিচাৰোঁ। এই ভাষণৰ বিষয় হৈছে, “প্ৰকৃত জীৱন লাভ কৰিবলৈ পৰিশ্ৰম কৰক।”

যদি আগ্ৰহ দেখুৱায়, তেনেহʼলে পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক