ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ১৬
  • আলোচনাৰ বাবে আৰ্হি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আলোচনাৰ বাবে আৰ্হি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ১১–এপ্ৰিল ৪)
  • প্ৰথম সাক্ষাৎ (মাৰ্চ ১-১০, এপ্ৰিল ৫-৩০)
  • পুনৰ সাক্ষাৎ
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ১৬
 যীচু নিজৰ বিশ্বাসী পাঁচনিসকলৰ লগত আছে আৰু তেওঁ প্ৰভু ভোজৰ আৰম্ভণি কৰি আছে।

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

আলোচনাৰ বাবে আৰ্হি

স্মৰণীয় দিনৰ অভিযান (মাৰ্চ ১১–এপ্ৰিল ৪)

“আমি আপোনাক এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত লাখ লাখ লোকে উপস্থিত হʼব। সেই দিনাখন আমি যীচুৰ বলিদানক সোঁৱৰণ কৰিম। আপুনি ইয়াত উপস্থিত হোৱাটো আমি বিচাৰোঁ।” তাৰ পাছত ছপা কৰা বা ডিজিটেল নিমন্ত্ৰণ-পত্ৰখন ব্যক্তিজনক দিয়ক। “এই নিমন্ত্ৰণ-পত্ৰখনত সভাৰ সময় আৰু ঠিকনা দিয়া আছে। স্মৰণীয় দিনৰ এসপ্তাহৰ আগত হোৱা এক বিশেষ ভাষণৰ বাবেও আমি আপোনাক নিমন্ত্ৰণ জনাব বিচাৰোঁ।”

আগ্ৰহী ব্যক্তিক: যীচুৰ মৃত্যুক সোঁৱৰণ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক [বা মেচেজ বা ইʼমেইল কৰক]।

পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?

প্ৰথম সাক্ষাৎ (মাৰ্চ ১-১০, এপ্ৰিল ৫-৩০)

প্ৰশ্ন: ডাক্তৰ আৰু নাৰ্চসকলে নিজৰ জীৱন বিপদত পেলাই যিদৰে লোকসকলক সহায় কৰে, তাক দেখি আপোনাৰ কেনে অনুভৱ হয়?

পদ যোহ ১৫:১৩

পৰৱৰ্তী সাক্ষাতৰ বাবে: কোনো ব্যক্তিয়ে আপোনাক নজনোৱাকৈ আপোনাক (বা আপোনাৰ পৰিয়ালক) সহায় কৰিছেনে?

পুনৰ সাক্ষাৎ

প্ৰশ্ন: কোনো ব্যক্তিয়ে আপোনাক নজনোৱাকৈ আপোনাক (বা আপোনাৰ পৰিয়ালক) সহায় কৰিছেনে?

পদ: মথি ২০:২৬

পৰৱৰ্তী সাক্ষাতৰ বাবে: এজন ব্যক্তিয়ে আমাৰ সকলোৰে বাবে নিজৰ জীৱন বলিদান দিলে, তেওঁক সোঁৱৰণ কৰিবলৈ এক বিশেষ সভাৰ বাবে মই আপোনাক নিমন্ত্ৰণ জনাব পাৰোঁনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক