ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৭
  • ফেব্ৰুৱাৰী ২৯–মাৰ্চ ৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ২৯–মাৰ্চ ৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৭

ফেব্ৰুৱাৰী ২৯–মাৰ্চ ৬

ইষ্টেৰ ১-৫

  • গীত ৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ইষ্টেৰে ঈশ্বৰৰ লোকসকলৰ পক্ষে থিয় দিছিল”: (১০ মি.)

    • [ইষ্টেৰ কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • ইষ্টে ৩:৫-৯—হামনে ঈশ্বৰৰ লোকসকলক বিনাশ কৰিব বিচাৰিছিল (ia-E ১৩১ ¶১৮-১৯; w০৬-E ৩/১ ৮ ¶৪)

    • ইষ্টে ৪:১১–৫:২—ঈশ্বৰৰ প্ৰতি ইষ্টেৰৰ বিশ্বাস ইমানেই দৃঢ় আছিল যে তাই মৃত্যুলৈও ভয় কৰা নাছিল (ia-E ১২৫ ¶২; ১৩৪ ¶২৪-২৬; w১২-E ২/১৫ ১৩ ¶১৪, ১৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ইষ্টে ২:১৫—ইষ্টেৰে কেনেকৈ নম্ৰতা আৰু আত্মসংযম দেখুৱাইছিল? (w০৬-E ৩/১ ৯ ¶৭)

    • ইষ্টে ৩:২-৪—মৰ্দখয়ে কিয় হামনৰ আগত আঁঠুকাঢ়িবলৈ বিচৰা নাছিল? (ia-E ১৩১ ¶১৮; w০৬-E ৩/১ ৯ ¶৪)

    • এই সপ্তাহৰ বাইবেল পাঠে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিবলৈ সহায় কৰিলে?

    • মই এই সপ্তাহৰ বাইবেল পাঠৰপৰা কি বিষয় ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?

  • বাইবেল পাঠ: ইষ্টে ১:১-১৫ (৪ মি. বা কম)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) ঈশ্বৰৰ বাক্য শুনক ব্ৰচাৰখন প্ৰস্তুত কৰক। পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) ঈশ্বৰৰ বাক্য শুনক ব্ৰচাৰখন গ্ৰহণ কৰা লোকক কেনেকৈ পুনৰ সাক্ষাৎ কৰিব পাৰি, তাৰ বাবে ২-৩ পৃষ্ঠা ব্যৱহাৰ কৰি এটা প্ৰদৰ্শন দেখুৱাওক। পৰৱৰ্তী সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) প্ৰথম সাক্ষাতত ঈশ্বৰৰ বাক্য শুনক ব্ৰচাৰখন গ্ৰহণ কৰা লোকৰ লগত, ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক ব্ৰচাৰখনৰ ৪-৫ পৃষ্ঠা ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব পাৰি তাৰ ওপৰত এটা প্ৰদৰ্শন দেখুৱাওক। (km-E ৭/১২ ২-৩ ¶৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৮

  • স্থানীয় প্ৰয়োজনীয়তা: (১০ মি.)

  • সভাৰ নতুন ব্যৱস্থা আৰু অধ্যয়ন পুস্তিকাৰপৰা আপুনি কেনেকৈ লাভৱান হৈছে?: (৫ মি.) আলোচনা। এই নতুন সভাৰপৰা সকলোৱে ব্যক্তিগতভাৱে কেনেকৈ লাভৱান হৈছে, তাৰ বিষয়ে মন্তব্য কৰিবলৈ শ্ৰোতাসকলক অনুৰোধ কৰক। এই সভাৰপৰা অধিক লাভৱান হʼবলৈ সকলোকে ভালদৰে প্ৰস্তুত কৰি আহিবলৈ উৎসাহিত কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: bh অধ্যায় ৩ ¶১-৭ (৩০ মি.)

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩. মি)

  • গীত ৫০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক