ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | নহিমিয়া ৯-১১
বিশ্বাসী উপাসকসকলে ঈশ্বৰশাসিত ব্যৱস্থাক সমৰ্থন কৰে
ঈশ্বৰৰ লোকসকলে সকলো উপায়েৰে সত্য উপাসনাক স্ব-ইচ্ছাৰে সমৰ্থন কৰিছিল
১০:২৮-৩০, ৩২-৩৯; ১১:১, ২
ইস্ৰায়েলীসকলে পঁজা-পৰ্ব্ব সঠিকৰূপে পালন কৰিবলৈ প্ৰস্তুতি কৰিছিল
ঈশ্বৰৰ নিয়মবোৰ শুনিবলৈ প্ৰতিদিনে লোকসকলে একগোট হৈছিল আৰু ইয়াৰ ফলত তেওঁলোকে আনন্দ লাভ কৰিছিল
লোকসকলে নিজৰ পাপ স্বীকাৰ কৰিছিল, প্ৰাৰ্থনা কৰিছিল আৰু যিহোৱা ঈশ্বৰৰপৰা আশীৰ্বাদ বিচাৰিছিল
ঈশ্বৰৰ ব্যৱস্থাবোৰ পালন কৰিব বুলি সকলোৱে সন্মতি হৈছিল
ঈশ্বৰৰ ব্যৱস্থাবোৰ পালন কৰাত জড়িত আছিল:
কেৱল যিহোৱা ঈশ্বৰক উপাসনা কৰা লোকৰ লগতহে বিয়া-বাৰু কৰা
দান-বৰঙণি দিয়া
বিশ্ৰাম-বাৰ পালন কৰা
বেদীৰ বাবে খৰিৰ যোগান ধৰা
খেতিৰ প্ৰথম ফল আৰু প্ৰথমে জন্মা জীৱ-জন্তুক যিহোৱালৈ আগবঢ়োৱা