ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | নহিমিয়া ৫-৮
নহিমিয়া এজন ভাল অধ্যক্ষ আছিল
টিচৰি খৃ.পূ. ৪৫৫
৮:১-১৮
সম্ভৱত, এই সময়তে নহিমিয়াই সত্য উপাসনাৰ বাবে লোকসকলক একগোট হʼবলৈ উৎসাহিত কৰিছিল।
পৰিণামস্বৰূপে সকলোৱে আনন্দিত হৈছিল।
ঈশ্বৰৰ নিয়ম ভালদৰে কেনেকৈ পালন কৰিব পাৰি, তাৰ বিষয়ে জানিবলৈ পৰিয়ালৰ মুৰব্বীসকলে একগোট হৈছিল
লোকসকলে আনন্দেৰে পঁজা-পৰ্ব্ব পালন কৰিবলৈ প্ৰস্তুতি কৰিছিল