ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | দানিয়েল ১০-১২
যিহোৱাই ভৱিষ্যতে হʼবলগীয়া ৰজাসকলৰ বিষয়ে বৰ্ণনা কৰিছে
১১:২
পাৰস্য দেশত চাৰিজন ৰজাই ৰাজত্ব কৰিব। চতুৰ্থ ৰজাজনে, “সকলোকে যাবন ৰাজ্যৰ” বা গ্ৰীচৰ “বিৰুদ্ধে উচটাব।”
কোৰচ মহান
কেম্বিছিছ দ্বিতীয়
দাৰিয়াবচ প্ৰথম
জেৰচ প্ৰথম (এওঁ হয়তো ৰজা অহচবেৰোচ হয়, যিয়ে ইষ্টেৰক বিয়া কৰিছিল)
১১:৩
গ্ৰীচৰপৰা এজন পৰাক্ৰমী ৰজা উদয় হʼব আৰু বিশাল সাম্ৰাজ্যৰ ওপৰত শাসন কৰিব।
আলেকজেণ্ডাৰ মহান
১১:৪
গ্ৰীচ সাম্ৰাজ্য আলেকজেণ্ডাৰৰ চাৰিজন সেনাপতিৰ মাজত ভাগ হৈ যাব।
কেচেন্দাৰ
লিচিমেচ
চেলয়কেচ প্ৰথম
টলেমী প্ৰথম