ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 অক্টোবৰ পৃষ্ঠা ৪
  • অক্টোবৰ ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 অক্টোবৰ পৃষ্ঠা ৪

অক্টোবৰ ৯-১৫

দানিয়েল ১০-১২

  • গীত ৩১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাই ভৱিষ্যতে হʼবলগীয়া ৰজাসকলৰ বিষয়ে বৰ্ণনা কৰিছে”: (১০ মি.)

    • দানি ১১:২—পাৰস্য দেশত চাৰিজন ৰজাই ৰাজত্ব কৰিব (dp-E ২১২-২১৩ ¶৫-৬)

    • দানি ১১:৩—আলেকজেণ্ডাৰ মহানে শাসন কৰিবলৈ ধৰে (dp-E ২১৩ ¶৮)

    • দানি ১১:৪—আলেকজেণ্ডাৰৰ সাম্ৰাজ্য চাৰিটা ভাগত বিভক্ত হয় (dp-E ২১৪ ¶১১)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • দানি ১২:৩—“জ্ঞানী” লোকসকল কোন হয় আৰু তেওঁলোকে কেতিয়া “আকাশৰ দীপ্তিৰ নিচিনাকৈ” জিলিকিব? (w১৩-E ৭/১৫ ১৩ ¶১৬, ফুটনোট)

    • দানি ১২:১৩—দানিয়েলে ‘থিয় হব,’ ইয়াৰ অৰ্থ কি? (dp-E ৩১৫ ¶১৮)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) দানি ১১:২৮-৩৯

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) T-৩৫ ট্ৰেক্ট—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) T-৩৫ ট্ৰেক্ট—প্ৰথম সাক্ষাতৰ সময়ত গৃহস্থক এই ট্ৰেক্টখন দিয়া হৈছিল। আলোচনা আগবঢ়াই নিয়ক আৰু পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • ভাষণ: (৬ মি. বা কম) w১৬.১১-E ৫-৬ ¶৭-৮—বিষয়: আনক উৎসাহিত কৰাৰ বিষয়ত, আমি যিহোৱা ঈশ্বৰৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৭

  • বাইবেলৰ ভৱিষ্যতবাণীৰ দ্বাৰা দৃঢ় কৰা হয়: (১৫ মি.) ভৱিষ্যতবাণীৰ দ্বাৰা দৃঢ় কৰা হয় নামৰ ভিডিঅʼখন দেখুৱাওক

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৬ ¶১০-১৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক