অক্টোবৰ ৩০–নবেম্বৰ ৫
যোৱেল ১-৩
গীত ১৪৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমালোকৰ পো-জীবিলাকে ভাববাণী প্ৰচাৰ কৰিব”: (১০ মি.)
[যোৱেল কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
যোৱে ২:২৮, ২৯—অভিষিক্ত খ্ৰীষ্টানসকলে যিহোৱাৰ হৈ প্ৰচাৰ কৰে (w০২ ৮/১ ১৪ ¶৪-৫; jd-E ১৬৭ ¶৪)
যোৱে ২:৩০-৩২—যিহোৱা ঈশ্বৰৰ ভয়ানক দিনত কেৱল তেওঁৰ নাম লোৱা লোকসকলেহে উদ্ধাৰ পাব (w০৭-E ১০/১ ১৩ ¶২)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
যোৱে ২:১২, ১৩—এই পদবোৰে হৃদয়ৰপৰা অনুতাপ কৰাৰ বিষয়ে কি বৰ্ণনা কৰিছে? (w০৭-E ১০/১ ১৩ ¶৫)
যোৱে ৩:১৪—‘দণ্ডাজ্ঞা-সিদ্ধিৰ উপত্যকা’ কি হয়? (w০৭-E ১০/১ ১৩ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) যোৱে ২:২৮–৩:৮
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) JW.ORG কাৰ্ড
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) JW.ORG কাৰ্ড—প্ৰথম সাক্ষাতৰ সময়ত গৃহস্থক এই কাৰ্ডখন দিয়া হৈছিল। আলোচনা আগবঢ়াই নিয়ক আৰু jw.org ৱেবছাইটৰপৰা এটা ভিডিঅʼৰ বিষয়ে কওক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) lv ১২৫-১২৬ ¶৩-৫
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱা ঈশ্বৰে পৰীক্ষাৰ সময়ত আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰে: (৯ মি.) যিহোৱা ঈশ্বৰ মোৰ শিলা ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: হেঞ্চেলৰ পৰিয়ালে কেনেধৰণৰ পৰীক্ষাৰ সন্মুখীন হৈছিল? পিতৃ-মাতৃৰ বিশ্বাস আৰু নিষ্ঠাই লʼৰা-ছোৱালীক কেনেকৈ প্ৰভাৱিত কৰিব পাৰে? ভাই হেঞ্চেলক দৃঢ় কৰাৰ দৰে, যিহোৱা ঈশ্বৰে আপোনাকো কেনেকৈ দৃঢ় কৰিব পাৰে?
যিহোৱাৰ বন্ধু হোৱা—যিহোৱাৰ নাম: (৬ মি.) যিহোৱাৰ বন্ধু হোৱা—যিহোৱাৰ নাম ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত কেইজনমান লʼৰা-ছোৱালীক ষ্টেজলৈ নিমন্ত্ৰণ কৰক আৰু তেওঁলোকক সোধক: যিহোৱা নামৰ অৰ্থ কি? যিহোৱা ঈশ্বৰে কি কি সৃষ্টি কৰিছে? যিহোৱা ঈশ্বৰে তোমাক কেনেকৈ সহায় কৰিব পাৰে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৭ ¶১০-১৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৮ আৰু প্ৰাৰ্থনা