ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 নৱেম্বৰ পৃষ্ঠা ২
  • নবেম্বৰ ৬-১২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নবেম্বৰ ৬-১২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 নৱেম্বৰ পৃষ্ঠা ২

নবেম্বৰ ৬-১২

আমোচ ১-৯

  • গীত ১৪৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাক বিচাৰি জীয়াই থাকা”: (১০ মি.)

    • [আমোচ কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • আমো ৫:৪, ৬—আমি যিহোৱা ঈশ্বৰৰ বিষয়ে জ্ঞান আহৰণ কৰা আৰু তেওঁৰ ইচ্ছা পূৰ কৰা উচিত (w০৪ ১২/১ ২০ ¶২০)

    • আমো ৫:১৪, ১৫—ভাল আৰু বেয়াৰ বিষয়ে থকা যিহোৱাৰ মানদণ্ড আমি গ্ৰহণ কৰা উচিত আৰু সেইবোৰক ভাল পাবলৈ শিকা উচিত (jd-E ৯০-৯১ ¶১৬-১৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • আমো ২:১২—এই পদত বৰ্ণনা কৰা শিক্ষাক আমি কেনেকৈ পালন কৰিব পাৰোঁ? (w০৭-E ১০/১ ১৪ ¶৮)

    • আমো ৮:১, ২—‘এপাচি পকা গুটিয়ে’ কি চিত্ৰিত কৰে? (w০৭-E ১০/১ ১৪ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আমো ৪:​১-১৩

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • এই মাহৰ প্ৰদৰ্শন প্ৰস্তুত কৰক: (১৫ মি.) “প্ৰদৰ্শনৰ বাবে আৰ্হি” আলোচনা। প্ৰকাশন আগবঢ়োৱা ভিডিঅ’ দেখুৱাওক। প্ৰতিটো ভিডিঅ’ দেখুৱাৰ পাছত ইয়াৰ মূল বিষয়বোৰ আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৪১

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পুনৰ সাক্ষাৎ কৰক”: (১৫ মি.) আলোচনা। দুগৰাকী প্ৰচাৰকে পুনৰ সাক্ষাৎ কৰা ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৭ ¶১৯-২২ আৰু “ধ্যানৰ বাবে প্ৰশ্ন” নামৰ বক্স

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক