ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আমোচ ১-৯
“যিহোৱাক বিচাৰি জীয়াই থাকা”
৫:৬, ১৪, ১৫
যিহোৱা ঈশ্বৰক বিচৰাৰ অৰ্থ কি?
ইয়াৰ অৰ্থ হৈছে আমি একেৰাহে যিহোৱা ঈশ্বৰৰ বিষয়ে শিকা আৰু তেওঁৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰা
ইস্ৰায়েলীসকলে যেতিয়া যিহোৱা ঈশ্বৰক বিচাৰিবলৈ এৰি দিছিল, তেতিয়া তেওঁলোকে কি পৰিণামৰ সন্মুখীন হৈছিল?
তেওঁলোকে ‘বেয়াক ঘিণ কৰিবলৈ, ভালক ভাল পাবলৈ’ এৰি দিছিল
তেওঁলোকে নিজৰ ইচ্ছা পূৰ কৰাত ব্যস্ত হৈ পৰিছিল
তেওঁলোকে যিহোৱা ঈশ্বৰৰ নিৰ্দ্দেশনা পালন কৰা নাছিল
আমি যিহোৱা ঈশ্বৰক বিচাৰিবলৈ তেওঁ আমাক কি সহায় আগবঢ়াইছে?