নবেম্বৰ ২৭–ডিচেম্বৰ ৩
নহূম ১–হবক্কুক ৩
গীত ৫১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকক”: (১০ মি.)
[নহূম কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
[হবক্কুক কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
হব ২:১-৪—যদি আমি যিহোৱাৰ দিনলৈ ‘অপেক্ষা কৰি’ থাকোঁ, তেনেহʼলে আহিবলগীয়া যিহোৱাৰ বিচাৰৰ দিনত আমি ৰক্ষা পাব পাৰিম (w০৭-E ১১/১৫ ১০ ¶৩-৫)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
নহূ ১:৮; ২:৬—নীনবিক কেনেকৈ ধ্বংস কৰা হৈছিল? (w০৭-E ১১/১৫ ৯ ¶২)
হব ৩:১৭-১৯—হৰমাগিদোনৰ সময়ছোৱাত আৰু তাৰ আগত হয়তো আমি কঠিন পৰিস্থিতিৰ সন্মুখীন হʼব লাগিব, তথাপিও আমি কি আশা ৰাখিব পাৰোঁ? (w০৭-E ১১/১৫ ১০ ¶১০)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) হব ২:১৫–৩:৬
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) এক সুখী পৰিয়াল—সম্ভৱনে?—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) এক সুখী পৰিয়াল—সম্ভৱনে?—প্ৰথম সাক্ষাতৰ সময়ত গৃহস্থক এই ব্ৰচাৰখন দিয়া হৈছিল। পুনৰ সাক্ষাৎ কেনেকৈ কৰা হয়, তাক প্ৰদৰ্শন কৰি দেখুৱাওক।
ভাষণ: (৬ মি. বা কম) w১৬.০৩-E ২৩-২৫—বিষয়: আপুনি নিজৰ মণ্ডলীত সহায় আগবঢ়াব পাৰিবনে?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আপোনাৰ পৰিস্থিতি পৰিৱৰ্তন হোৱাৰ সময়ত আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকক”: (১৫ মি.) আলোচনা। নতুন ঠাই কিন্তু উপাসনা একেই ভিডিঅʼখন দেখুৱাওক
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৮ ¶১৮-২১ আৰু “ধ্যানৰ বাবে প্ৰশ্ন” নামৰ বক্স
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৯ আৰু প্ৰাৰ্থনা