ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 নৱেম্বৰ পৃষ্ঠা ৬
  • আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • মিল থকা বিষয়
  • আপোনাৰ পৰিস্থিতি পৰিৱৰ্তন হোৱাৰ সময়ত আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 নৱেম্বৰ পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | নহূম ১–হবক্কুক ৩

আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকক

হব ১:৫, ৬

বাবিলীয়াসকলে যিহূদাক ধ্বংস কৰিব পাৰিব বুলি হয়তো বিশ্বাস কৰাটো কঠিন আছিল। সেইসময়ত যিহূদা শক্তিশালী মিচৰৰ অধীনত আছিল। বাবিলীয়াসকল মিচৰীয়াসকলতকৈ শক্তিশালী আছিল নেকি? তেওঁলোক শক্তিশালী নাছিল। ইয়াৰ উপৰিও, বহুতো যিহূদী লোকে ভাবিছিল যে যিহোৱা ঈশ্বৰে যিৰূচালেম নগৰ আৰু ইয়াত থকা মন্দিৰক কেতিয়াও ধ্বংস হʼবলৈ নিদিয়ে। কিন্তু যিয়ে নহওক, হবক্কুকে কৰা ভৱিষ্যতবাণী নিশ্চয় পূৰ হʼব। হবক্কুকে সেই দিনৰ বাবে অপেক্ষা কৰি থাকিল আৰু আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকিল।

চাৰিওফালে দুষ্টতাৰে ভৰি থকাৰ সও ভৱিষ্যতবক্তা হবক্কুকে আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকিল

কি কথাই মোক বিশ্বাস জন্মায় যে বৰ্তমান জগতৰ ৰীতি-ব্যৱস্থাৰ অন্ত নিচেই ওচৰত?

মই কেনেকৈ আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকিম?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক