ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 ডিচেম্বৰ পৃষ্ঠা ৪
  • ‘পৰ্ব্বত দুখনৰ সেই উপত্যকাত’ থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘পৰ্ব্বত দুখনৰ সেই উপত্যকাত’ থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 ডিচেম্বৰ পৃষ্ঠা ৪
লোকসকলে ‘পৰ্ব্বত দুখনৰ সেই উপত্যকাৰ’ মাজেৰে খোজকাঢ়িছ

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | জখৰিয়া ৯-১৪

‘পৰ্ব্বত দুখনৰ সেই উপত্যকাত’ থাকক

১৪:৩-৫

যিহোৱা ঈশ্বৰে ১৯১৪ চনত মচীহৰ ৰাজ্য স্থাপন কৰিছিল আৰু ইয়ে তেওঁৰ শাসনৰ এক সৰু “পৰ্ব্বত” আছিল আৰু পাছলৈ ই এক ‘বৰ ডাঙৰ উপত্যকালৈ’ পৰিণত হয়। ১৯১৯ চনৰপৰা ঈশ্বৰৰ লোকসকলে ‘পৰ্ব্বত দুখনৰ সেই উপত্যকাত’ সুৰক্ষা লাভ কৰিছে

‘উপত্যকালৈ পলাই’ গৈ লোকসকলে কেনেকৈ সুৰক্ষা লাভ কৰিছে?

১৪:১২, ১৫

যিসকল লোকে এই লাক্ষণিক উপত্যকাৰ বাহিৰত থাকিব, তেওঁলোকে হৰমাগিদোনত বিনাশ হʼব

মই কেনেকৈ সেই উপত্যকাত থাকি সুৰক্ষা লাভ কৰিম?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক