ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 ডিচেম্বৰ পৃষ্ঠা ৪
  • ডিচেম্বৰ ১৮-২৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ১৮-২৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 ডিচেম্বৰ পৃষ্ঠা ৪

ডিচেম্বৰ ১৮-২৪

জখৰিয়া ৯-১৪

  • গীত ৪৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “‘পৰ্ব্বত দুখনৰ সেই উপত্যকাত’ থাকক”: (১০ মি.)

    • জখ ১৪:৩, ৪—‘বৰ ডাঙৰ উপত্যকাই’ যিহোৱা ঈশ্বৰৰপৰা পোৱা সুৰক্ষাক চিত্ৰিত কৰে (w১৩-E ২/১৫ ১৯ ¶১০)

    • জখ ১৪:৫—যিসকল লোকে ‘উপত্যকালৈ পলাই’ গৈ তাত থাকিব, তেওঁলোকে সুৰক্ষা পাব (w১৩-E ২/১৫ ২০ ¶১৩)

    • জখ ১৪:৬, ৭, ১২, ১৫—যিসকল লোকে যিহোৱা ঈশ্বৰৰ উপত্যকাৰ বাহিৰত থাকিব, তেওঁলোকৰ বিনাশ হʼব (w১৩-E ২/১৫ ২০ ¶১৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • জখ ১২:৩—যিহোৱা ঈশ্বৰে কেনেকৈ যিৰূচালেমক “কষ্টকৰ শিলাস্বৰূপ” কৰিব? (w০৭-E ১২/১৫ ২২-২৩ ¶৯-১০)

    • জখ ১২:৭—যিহোৱা ঈশ্বৰে কেনেকৈ “যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব”? (w০৭-E ১২/১৫ ২৫ ¶১৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) জখ ১২:১-১৪

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) T-37 ট্ৰেক্ট (দ্বিতীয় প্ৰদৰ্শন)—গৃহস্থক আমাৰ সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) T-37 ট্ৰেক্ট (দ্বিতীয় প্ৰদৰ্শন)—পুনৰ সাক্ষাৎ কেনেকৈ কৰা হয়, তাক প্ৰদৰ্শন কৰি দেখুৱাওক আৰু গৃহস্থক আমাৰ সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) যিহোৱাৰ ইচ্ছা পাঠ ৫—গৃহস্থক আমাৰ সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৭

  • সংগঠনে লাভ কৰা সফলতা: (৭ মি.) ডিচেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • “সপ্তাহৰ মাজত হোৱা সভাত কিছুমান নতুন বিষয়”: (৮ মি.) আলোচনা। বৈৎফগী, জৈতুন পৰ্ব্বত আৰু যিৰূচালেম নামৰ সংলাপহীন ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৯ ¶১৬-২১ আৰু “ধ্যানৰ বাবে প্ৰশ্ন” নামৰ বক্স

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৪২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক