ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ২
  • ফেব্ৰুৱাৰী ৫-১১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ৫-১১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ২

ফেব্ৰুৱাৰী ৫-১১

মথি ১২-১৩

  • গীত ৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ধান আৰু বিনৈ বনৰ গুটিৰ দৃষ্টান্ত”: (১০ মি.)

    • মথি ১৩:২৪-২৬—এজন ব্যক্তিয়ে পথাৰত কঠীয়া সিচে, কিন্তু তেওঁৰ শত্ৰুৱে তাৰ ওপৰত বিনৈ বনৰ গুটি সিচি থৈ যায় (w১৩-HI ৭/১৫ ৯-১০ ¶২-৩)

    • মথি ১৩:২৭-২৯—শস্য দোৱাৰ সময়লৈকে ধান আৰু বিনৈ বন একেলগে বাঢ়িবলৈ ধৰিলে (w১৩-HI ৭/১৫ ১০ ¶৪)

    • মথি ১৩:৩০—শস্য দোৱাৰ সময়ত দাৱনিসকলে প্ৰথমে বিনৈ বনবোৰ চপাই আৰু তাৰ পাছত ধানবোৰ চপাই ৰাখে (w১৩-HI ৭/১৫ ১২ ¶১০-১২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ১২:২০—যীচুৱে দেখুৱা দয়াৰ গুণক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (“ধোৱাই থকা শলিতা” মথি ১২:২০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ১৩:২৫—প্ৰাচীন সময়ত কোনো এজন ব্যক্তিৰ পথাৰত কঠীয়াৰ মাজত বিনৈ বনৰ গুটি সিচাটো সম্ভৱ আছিলনে? (w১৬.১০-HI ৩২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ১২:১-২১

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ২১-২৩ ¶১০-১২

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৪

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)

  • “ৰাজ্যৰ বাবে ব্যৱহাৰ কৰা দৃষ্টান্তবোৰৰপৰা আমি কি শিকোঁ”: (১০ মি.) আলোচনা। এই দৃষ্টান্তবোৰে আমাৰ ঘোষণা কাৰ্য্যত কেনেকৈ প্ৰভাৱ পেলোৱা উচিত, তাৰ বিষয়ে বিবেচনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পৃ. ২ পৰিচয় আৰু পাঠ ১ ¶১-৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক