ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মাৰ্চ পৃষ্ঠা ২
  • মাৰ্চ ৫-১১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ৫-১১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মাৰ্চ পৃষ্ঠা ২

মাৰ্চ ৫-১১

মথি ২০-২১

  • গীত ১৫৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যি কোনোৱে তোমালোকৰ মাজত মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক”: (১০ মি.)

    • মথি ২০:৩—অহংকাৰী অধ্যাপক আৰু ফৰীচীসকলে ‘বজাৰত’ লোকসকলে তেওঁলোকক সম্ভাষণ জনোৱাটো বিচাৰিছিল (“বজাৰ” মথি ২০:৩ পদৰ ওপৰত ভিডিঅ’, nwtsty)

    • মথি ২০:২০, ২১—দুজন পাঁচনিয়ে যীচুক সন্মানীয় পদ আৰু অধিকাৰৰ বাবে যাচনা কৰিছিল (“চিবদিয়ৰ পুত্ৰৰ মাক,” “এটাই আপোনাৰ সোঁহাতে, আৰু আনটোৱে বাওঁহাতে” মথি ২০:২০, ২১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২০:২৫-২৮—যীচুৱে নিজৰ শিষ্যসকলক নম্ৰতাৰে সেৱা-শুশ্ৰূষা কৰিবলৈ শিক্ষা দিছিল (“পৰিচাৰক,” “সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ” মথি ২০:​২৬, ২৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ২১:৯—লোকসমূহে এইদৰে চিঞৰিছিল: “জয়! জয়! দায়ূদৰ সন্তান।” ইয়াৰ দ্বাৰা তেওঁলোকে কি কʼব বিচাৰিছিল? (“জয়! জয়,” “দায়ূদৰ সন্তান” মথি ২১:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২১:১৮-২০—ডিমৰু গছজোপা শুকাই যোৱাৰ কি কাৰণ আছিল? ( jy-E ২৪৪ ¶৪-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ২০:১-১৯

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) ঈশ্বৰৰ প্ৰেম ৪২-৪৩ ¶৩-৪

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩১

  • স্থানীয় প্ৰয়োজনীয়তা: (৫ মি.)

  • সংগঠনে লাভ কৰা সফলতা: (১০ মি.) মাৰ্চ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৩ ¶৪-৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৪৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক