ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মাৰ্চ পৃষ্ঠা ৩
  • মাৰ্চ ১২-১৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১২-১৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মাৰ্চ পৃষ্ঠা ৩

মাৰ্চ ১২-১৮

মথি ২২-২৩

  • গীত ৫১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “দুটা প্ৰধান আজ্ঞা পালন কৰক”: (১০ মি.)

    • মথি ২২:৩৬-৩৮—প্ৰধান আৰু প্ৰথম আজ্ঞা পালন কৰাত কি কি জড়িত আছে, তাৰ বিষয়ে এই পদবোৰে কি বৰ্ণনা কৰিছে? (“হৃদয়,” “প্ৰাণ,” “চিত্ত” মথি ২২:৩৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২২:৩৯—মোচিৰ নিয়মত উল্লেখ কৰা দ্বিতীয় আজ্ঞাটো কি? (“দ্বিতীয়টো,” “চুবুৰীয়া” মথি ২২:৩৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২২:৪০—গোটেই হীব্ৰু শাস্ত্ৰপদ প্ৰেমৰ ওপৰত আধাৰিত (“গোটেই বিধান আৰু ভাববাদীসকলৰ,” “ওলমি আছে” মথি ২২:৪০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ২২:২১—“কৈচৰক” আৰু “ঈশ্বৰক” কি কি দিয়া উচিত? (“যি কৈচৰৰ, তাক কৈচৰক দিয়া,” “যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া” মথি ২২:২১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২৩:২৪—এই পদৰ যোগেদি যীচুৱে কি কʼব বিচাৰিছিল? (“তোমালোকে পোক এটাকে ছাকি পেলাই, উটকে গিলাহঁক” মথি ২৩:২৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ২২:১-২২

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ১৮৬-১৮৭ ¶৮-৯—পৰিচিত লোকসকলক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ কৰিবলৈ বিদ্যাৰ্থীজনক উৎসাহিত কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৭

  • “ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম কেনেকৈ দেখুৱাব পাৰি”: (১৫ মি.) আলোচনা। বাইবেল পঢ়াৰ সময়ত আমি আমাৰ কল্পনাশক্তি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, তাক জানিবলৈ যিহোৱাই হৈছে একমাত্ৰ সত্য ঈশ্বৰ—এক আভাস নামৰ নাটকৰ আকাৰত বাইবেল পঢ়া অডিঅʼখন চলাওক। শ্ৰোতাসকলে নিজৰ বাইবেলত ১ ৰাজাৱলি ১৮:১৭-৪৬ চাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৪ ¶১-২

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক