ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মাৰ্চ পৃষ্ঠা ৩
  • দুটা প্ৰধান আজ্ঞাক পালন কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দুটা প্ৰধান আজ্ঞাক পালন কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • “ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই”
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • ‘ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰে’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • দহটা আজ্ঞা আমাৰ বাবে কি অৰ্থ ৰাখে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মাৰ্চ পৃষ্ঠা ৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২২-২৩

দুটা প্ৰধান আজ্ঞা পালন কৰক

২২:৩৬-৩৯

সভাত উপস্থিত থকাৰ কাৰণসমূহ তলত উল্লেখ কৰা হৈছে। মথি ২২:৩৬-৩৯-ৰ সহায়ত সভাত উপস্থিত থকাৰ কাৰণ ক্ৰম অনুসৰি বৰ্ণনা কৰক:

  • উৎসাহিত হʼবলৈ

  • আমাৰ ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ

  • যিহোৱাক উপাসনা কৰিবলৈ আৰু তেওঁৰ প্ৰতি প্ৰেম দেখুৱাবলৈ

মডলীৰ এখন সভা

সভাৰপৰা মোৰ কোনো লাভ নহʼব বুলি ভবাৰ পৰিৱৰ্তে বা শাৰীৰিকভাৱে ভাগৰি যোৱাৰ সত্ত্বেও আমি কিয় সভাত উপস্থিত থকা উচিত?

মোচিৰ নিয়মত উল্লেখ কৰা দুটা প্ৰধান আজ্ঞা পালন কৰাৰ আৰু কি কি উপায় আছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক