ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মাৰ্চ পৃষ্ঠা ২
  • ‘ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰে’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰে’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • বিশ্বাসৰ পৰীক্ষা
    বাইবেলৰ পৰা শিকোঁ আহা
  • ঈশ্বৰৰ দ্বাৰা অব্ৰাহামৰ পৰীক্ষা
    বাইবেলৰ কাহিনী
  • জীৱনৰ বিষয়ে যিহোৱাৰ দৰে দৃষ্টিভংগী বজাই ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আলোচনাৰ বাবে বাইবেলৰ বিষয়
    আলোচনাৰ বাবে বাইবেলৰ বিষয়
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মাৰ্চ পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ২২-২৩

‘ঈশ্বৰে অব্ৰাহামৰ পৰীক্ষা কৰে’

২২:১, ২, ৯-১২, ১৫-১৮

অব্ৰাহামে নিজৰ পুত্ৰ ইচহাকক বলিদান দিবলৈ সাজু হোৱাৰ সময়ত যি দুখ অনুভৱ কৰিছিল, ইয়ে আমাক বুজিবলৈ সহায় কৰে যে যিহোৱাই নিজৰ পুত্ৰ যীচুক বলিদান দিয়াৰ সময়ত কেনে অনুভৱ কৰিছিল। (যোহ ৩:১৬) যিহোৱাই নিজৰ কৰুণা ভাৱনাৰ বিষয়ে আদিপুস্তক ২২:২ পদত কেনেকৈ ব্যক্ত কৰিছে?

ছবি: ১. ইচহাকে বেদীত শুই থকাৰ সময়ত অব্ৰাহামে ছুৰীখন লৈ স্বৰ্গলৈ চাইছে। ২. যীচু খ্ৰীষ্টক যাতনা-স্তম্ভত আৰি দিয়া হৈছে।

যিহোৱাৰ প্ৰেমে আপোনাক কেনেকৈ অনুপ্ৰাণিত কৰে?—১কৰি ৬:২০; ১যোহ ৪:১১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক