ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 আগষ্ট পৃষ্ঠা ৮
  • জীৱনৰ বিষয়ে যিহোৱাৰ দৰে দৃষ্টিভংগী বজাই ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱনৰ বিষয়ে যিহোৱাৰ দৰে দৃষ্টিভংগী বজাই ৰাখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আলোচনাৰ বাবে বাইবেলৰ বিষয়
    আলোচনাৰ বাবে বাইবেলৰ বিষয়
  • “তোমালোকৰ মুক্তি ওচৰ চাপিছেহি”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • ‘ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰে’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আনক আদৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 আগষ্ট পৃষ্ঠা ৮
ছবি: ১. এজন ডেকা ভায়ে এগৰাকী বৃদ্ধ ভনীৰ বস্তু তুলি নিছে। ২. এগৰাকী ভনীয়ে দমকলৰ ওচৰত তিৰোতা গৰাকীক প্ৰচাৰ কৰিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ২১-২২

জীৱনৰ বিষয়ে যিহোৱাৰ দৰে দৃষ্টিভংগী বজাই ৰাখক

২১:২০, ২২, ২৩, ২৮, ২৯

যিহোৱাৰ দৃষ্টিত জীৱন মূল্যৱান। তেওঁৰ দৰে আমিও জীৱনক কেনেকৈ মূল্যৱান বুলি গণ্য কৰিব পাৰোঁ?

  • লোকসকলক প্ৰেম আৰু সন্মান কৰক।—মথি ২২:৩৯; ১যোহ ৩:১৫

  • উৎসাহেৰে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ নিজৰ প্ৰেম প্ৰকাশ কৰক।—১কৰি ৯:২২, ২৩; ২পিত ৩:৯

  • সুৰক্ষাৰ প্ৰতি ধ্যান দিয়ক।—হিতো ২২:৩

যদি আমি জীৱনক মূল্যৱান বুলি গণ্য কৰোঁ, তেনেহʼলে আমি কেনেকৈ ৰক্তপাতৰ নিৰ্দোষী হʼব পাৰোঁ?

এজন ভায়ে ৰাতি দেৰিলৈকে গাড়ী চলাওঁতে হামিয়াই আছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক