ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 আগষ্ট পৃষ্ঠা ৭
  • দহটা আজ্ঞা আমাৰ বাবে কি অৰ্থ ৰাখে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দহটা আজ্ঞা আমাৰ বাবে কি অৰ্থ ৰাখে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • হৃদয়ত এক প্ৰেমৰ ব্যৱস্থা স্থাপন কৰা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • তোমালোকে নিজলৈ আৰু গোটেই জাকলৈকো সাৱধান হোৱা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • দুটা প্ৰধান আজ্ঞাক পালন কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • “ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই”
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 আগষ্ট পৃষ্ঠা ৭
মোচিয়ে চীনয় পৰ্ব্বতৰ সন্মুখত থিয় হৈ, দুখন শিলৰ ফলি ধৰি আছে, যʼত দহটা আজ্ঞা লিখা আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১৯-২০

দহটা আজ্ঞা আমাৰ বাবে কি অৰ্থ ৰাখে?

২০:৩-১৭

বৰ্তমান খ্ৰীষ্টানসকল মোচিৰ নিয়মৰ অধীনত নাই। (কল ২:১৩, ১৪) তথাপিও মোচিৰ দহটা আজ্ঞা আৰু নিয়মৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ। যেনে:

  • কিছুমান বিষয়ত যিহোৱাৰ দৃষ্টিভংগী কি হয়

  • আমি যিহোৱাক কেনেকৈ আনন্দিত কৰিব পাৰোঁ

  • আমি আনৰ লগত কেনে ব্যৱহাৰ কৰা উচিত

দহটা আজ্ঞাৰপৰা আপুনি যিহোৱাৰ বিষয়ে কি শিকিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক