ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ডিচেম্বৰ পৃষ্ঠা ৭
  • তোমালোকে নিজলৈ আৰু গোটেই জাকলৈকো সাৱধান হোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তোমালোকে নিজলৈ আৰু গোটেই জাকলৈকো সাৱধান হোৱা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • যিহোৱাৰ মেৰবোৰক তত্ত্বাৱধান লবলৈ ‘মনুষ্যত উপহাৰ’
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ডিচেম্বৰ পৃষ্ঠা ৭
ৰাজ্যগৃহত পাচীনসকলে ভাই-ভনীসকলৰ সৈতে কথা-বতৰা হৈছ

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১৯-২০

তোমালোকে নিজলৈ আৰু গোটেই জাকলৈকো সাৱধান হোৱা

২০:২৮, ৩১, ৩৫

এজন ভায়ে চিকিৎসালয়ত ভৰ্তি থকাৰ সময়ত এজন পাচীনে চিকিৎসকৰ লগত কথা পাতিছ

প্ৰাচীনসকলে মনত ৰাখে যে প্ৰতিজন মেৰক খ্ৰীষ্টৰ বহুমূলীয়া তেজেৰে কিনা হৈছে। সেইবাবে, তেওঁলোকে জাকক খোৱায়, সুৰক্ষা দিয়ে আৰু জাকৰ যত্ন লয়। পাঁচনি পৌলৰ দৰে তেওঁলোকে জাকক চোৱা-চিতা কৰিবলৈ বহুতো ত্যাগ কৰে। সেইবাবে, ভাই-ভনীসকলে তেওঁলোকক প্ৰেম কৰে আৰু অন্তৰৰপৰা তেওঁলোকক কৃতজ্ঞতা দেখুৱায়।

নিজকে সোধক, ‘মই মণ্ডলীৰ প্ৰাচীনসকলে কৰা পৰিশ্ৰমৰ মূল্যাংকন কেনেকৈ দেখুৱাব পাৰোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক