আগষ্ট ২৪-৩০
যাত্ৰাপুস্তক ১৯-২০
গীত ৮৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“দহটা আজ্ঞা আমাৰ বাবে কি অৰ্থ ৰাখে?”: (১০ মি.)
যাত্ৰা ২০:৩-৭—যিহোৱাক সন্মান কৰক আৰু কেৱল তেওঁৰেই উপাসনা কৰক (w৮৯-E ১১/১৫ ৬ ¶১)
যাত্ৰা ২০:৮-১১—নিজৰ জীৱনত যিহোৱাৰ উপাসনাক প্ৰথম স্থান দিয়ক
যাত্ৰা ২০:১২-১৭—যিহোৱা আৰু লোকসকলক সন্মান কৰক (w৮৯-E ১১/১৫ ৬ ¶২-৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ১৯:৫, ৬—ইস্ৰায়েল ৰাষ্ট্ৰ “ৰাজকীয় পুৰোহিতসমূহ” কিয় হʼব নোৱাৰিলে? (it-২-E ৬৮৭ ¶১-২)
যাত্ৰা ২০:৪, ৫—যিহোৱাই কেনেকৈ ভৱিষ্যতে জন্ম হʼবলগীয়া “সন্তানবিলাকৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল” দিয়ে? (w০৪ ৩/১ ৩১ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ১৯:১-১৯ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১৫)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ৬৪-৬৫ ¶১৭-১৯ (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মই বেছিকৈ স্বাধীনতা কেনেকৈ লাভ কৰিব পাৰোঁ?: (৬ মি.) আলোচনা। হোৱাইট বোৰ্ড এনিমেশ্বন ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সভাত উপস্থিত থকা কিশোৰ-কিশোৰীসকলক সোধক: আপুনি নিজৰ পিতৃ-মাতৃসকলৰ ভৰসা কেনেকৈ লাভ কৰিব পাৰে? আপুনি ভুল কৰিলে কি কৰিব? যদি আপুনি বেছি স্বাধীনতা বিচাৰে, তেনেহʼলে আপুনি পিতৃ-মাতৃসকলক কিয় সন্মান কৰা উচিত?
বৃদ্ধ পিতৃ-মাতৃসকলক সন্মান কৰক: (৯ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: যেতিয়া পিতৃ-মাতৃসকল বয়সস্থ হয়, তেতিয়া কি কি সমস্যাই দেখা দিয়ে? পিতৃ-মাতৃৰ চোৱা-চিতা কৰাৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত পৰিয়ালৰ লোকসকলে কিয় মুকলিভাৱে কথা পতা উচিত? পিতৃ-মাতৃসকলক চোৱা-চিতা কৰাৰ সময়ত সন্তানসকলে কেনেকৈ তেওঁলোকক সন্মান দেখুৱাব পাৰে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৬ ¶১-৯
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৬২ আৰু প্ৰাৰ্থনা