ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 আগষ্ট পৃষ্ঠা ৬
  • নম্ৰ প্ৰাচীনসকলে আনক শিকায় আৰু দায়িত্ব দিয়ে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নম্ৰ প্ৰাচীনসকলে আনক শিকায় আৰু দায়িত্ব দিয়ে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • পাঁচনি পৌলৰ দৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • ডেকা ভাই-ভনীসকলক সন্মান কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 আগষ্ট পৃষ্ঠা ৬
ছবি: এজন অনুভৱী প্ৰাচীনে, এজন ভায়েক মণ্ডলীৰ অধিক দায়িত্ব লʼবলৈ প্ৰশিক্ষণ দিয়ে। ১. সভাত এজন অনুভৱী ভায়ে টিপ্পনী দিছে আৰু ভাইজনে মাইক্ৰফʼন ধৰি আছে। ২. ভাইজনে এজন প্ৰাচীনৰ লগত মেৰপালকৰ সাক্ষাৎ কৰিছে। ৩. ভাইজন এতিয়া প্ৰাচীন, তেওঁ প্ৰাচীনসকলৰ সভাত কথা পাতিছে। ৪. নতুন প্ৰাচীনজনে ‘প্ৰহৰীদুৰ্গ’ সঞ্চালন কৰিছে আৰু অনুভৱী ভাইজনে পঢ়িছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১৭-১৮

নম্ৰ প্ৰাচীনসকলে আনক শিকায় আৰু দায়িত্ব দিয়ে

১৮:১৭, ১৮, ২১, ২২, ২৪, ২৫

যেতিয়া অনুভৱী ভাইসকলে ডেকাসকলক শিকায় আৰু দায়িত্ব দিয়ে, তেতিয়া তেওঁলোকে প্ৰেম আৰু নম্ৰতা দেখুৱাই। তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰে?

  • দায়িত্ব লʼব পৰা ব্যক্তিসকলক বাচনি কৰক

  • দায়িত্ব দিয়াৰ সময়ত তেওঁৰপৰা কি আশা কৰে, তাক স্পষ্টকৈ কওক

  • কাম পূৰ কৰিবলৈ টকা, সঁজুলি আৰু প্ৰয়োজন অনুসৰি সহায় আগবঢ়াওক

  • দায়িত্ব দিয়াৰ পাছত সময়ে সময়ে তেওঁক কামৰ বিষয়ে সোধক আৰু জনাওক যে আপুনি তেওঁৰ ওপৰত ভৰসা কৰে

নিজকে সোধক, ‘মই আনক কি কি দায়িত্ব দিব পাৰোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক