ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ডিচেম্বৰ পৃষ্ঠা ৬
  • পাঁচনি পৌলৰ দৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাঁচনি পৌলৰ দৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • আনৰ সৈতে যুক্তিযুক্ততাৰে কথোপকথন কৰাৰ দক্ষতাক উন্নত কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মৰিয়মৰ দৰে নম্ৰ হওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • প্ৰচাৰ এলেকাৰ বিষয়ে আপোনালোকৰ দৃষ্টিভংগী কি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • কৃতজ্ঞ হওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ডিচেম্বৰ পৃষ্ঠা ৬
পৌলে বজাৰত সাক্ষ্য দিছ

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১৭-১৮

পাঁচনি পৌলৰ দৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক

১৭:২, ৩, ১৭, ২২, ২৩

আমি পৌলৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

  • বজাৰত ঘোষণা কৰিছ

    আমি শাস্ত্ৰপদ ব্যৱহাৰ কৰি লোকসকলৰ লগত যুক্তি কৰিব পাৰোঁ আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি আমাৰ যুক্তি সাল-সলনি কৰিব পাৰোঁ

  • ৰাতাৰ দাঁতিত ঘোষণা কৰিছ

    লোকসকল কʼত আৰু কেতিয়া পোৱা যাব, সেই কথা ধ্যান ৰাখি আমি ঘোষণা কৰা উচিত

  • এজন ভাইয়ে ব্যক্তিজনৰ নিজৰ বাইবেলৰপৰা সাক্ষ্য দিছ

    লোকসকলে একমত হʼব পৰা এটা বিষয় তুলি ধৰিবলৈ আমি তেওঁলোকৰ বিশ্বাসৰ বিষয়ে কৌশলতাৰে একমত হʼব পাৰোঁ

ধ্যানৰ বাবে প্ৰশ্ন: মোৰ মণ্ডলীৰ এলেকাত মই কʼত আৰু কেতিয়া লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাবলৈ বিচাৰি পাব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক