ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জুন পৃষ্ঠা ৪
  • মৰিয়মৰ দৰে নম্ৰ হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মৰিয়মৰ দৰে নম্ৰ হওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • গাব্ৰিয়েল মৰিয়মৰ ওচৰলৈ আহিল
    বাইবেলৰ পৰা শিকোঁ আহা
  • স্বৰ্গদূতৰ দ্বাৰা মৰিয়মক সাক্ষাৎ
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জুন পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১

মৰিয়মৰ দৰে নম্ৰ হওক

যিহোৱা ঈশ্বৰে মৰিয়মক এক বিশেষ সন্মান দিছিল, কিয়নো তাই নম্ৰ হৃদয়ৰ আছিল।

গাবয়েল নামৰ স্বৰ্গদূতজনে মৰিয়মৰ লগত কথা পাতিছ

১:৩৮, ৪৬-৫৫

মৰিয়মৰ উত্তৰত নিম্নলিখিত গুণবোৰ কেনেকৈ প্ৰকাশ পায় . . .

  • তাইৰ নম্ৰতা?

  • ঈশ্বৰৰ ওপৰত গভীৰ বিশ্বাস?

  • শাস্ত্ৰৰ বিষয়ে তাইৰ জ্ঞান?

  • যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱায়?

ধ্যানৰ বাবে প্ৰশ্ন:

মই যিহোৱা ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰোঁনে যে তেওঁ নিজৰ ইচ্ছা অনুসৰি যিকোনো বিষয়ত মোক সহায় কৰিব? মই মৰিয়মৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক