ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জুন পৃষ্ঠা ৪
  • জুন ১১-১৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ১১-১৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জুন পৃষ্ঠা ৪

জুন ১১-১৭

লূক ১

  • গীত ৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “মৰিয়মৰ দৰে নম্ৰ হওক”: (১০ মি.)

    • [লূক কিতাপখনৰ পৰিচয় ভিডিঅʼখন চাওক।]

    • লূক ১:৩৮—তাই নম্ৰতাৰে নিজৰ দায়িত্ব গ্ৰহণ কৰিছিল (ia-HI ১৪৯ ¶১২)

    • লূক ১:৪৬-৫৫—তাই শাস্ত্ৰৰপৰা উদ্ধৃতি দি যিহোৱা ঈশ্বৰৰ প্ৰশংসা কৰিছিল (ia-HI ১৫১ ¶১৫-১৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ১:৭৪—“ত্ৰাণৰ শিং” বুলিলে কি বুজায়? (“ত্ৰাণৰ শিং,” লূক ১:৭৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • লূক ১:৭৬, ৭৯—যোহন বাপ্তাইজকে কেনেকৈ “প্ৰভুৰ [যিহোৱা, NW] পথ যুগুত” কৰিছিল? (“তেওঁৰ আগে আগে প্ৰভুৰ [যিহোৱা, NW] পথ যুগুত কৰিবলৈ তুমি যাবা” লূক ১:৭৬, ৭৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ১:৪৬-৬৬

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩

  • স্থানীয় প্ৰয়োজনীয়তা: (৮ মি.) যদি বিচাৰে, তেনেহʼলে ২০১৮ চনৰ বাৰ্ষিক পাঠৰ বিষয়ে আলোচনা কৰিব পাৰে (w১৮.০১-HI ৮-৯ ¶৪-৭)

  • সংগঠনে লাভ কৰা সফলতা: (৭ মি.) জুন মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১০ ¶৩-৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক