ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১
মৰিয়মৰ দৰে নম্ৰ হওক
যিহোৱা ঈশ্বৰে মৰিয়মক এক বিশেষ সন্মান দিছিল, কিয়নো তাই নম্ৰ হৃদয়ৰ আছিল।
মৰিয়মৰ উত্তৰত নিম্নলিখিত গুণবোৰ কেনেকৈ প্ৰকাশ পায় . . .
তাইৰ নম্ৰতা?
ঈশ্বৰৰ ওপৰত গভীৰ বিশ্বাস?
শাস্ত্ৰৰ বিষয়ে তাইৰ জ্ঞান?
যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱায়?