আগষ্ট ১৭-২৩
যাত্ৰাপুস্তক ১৭-১৮
গীত ৭৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“নম্ৰ প্ৰাচীনসকলে আনক শিকায় আৰু দায়িত্ব দিয়ে”: (১০ মি.)
যাত্ৰা ১৮:১৭, ১৮—যিথ্ৰোৱে লক্ষ্য কৰিলে যে মোচিৰ ওপৰত বহুতো দায়িত্ব আছে (w১৩-HI ৪/১ ৬)
যাত্ৰা ১৮:২১, ২২—মোচিৰ কিছুমান দায়িত্ব যোগ্য ভাইসকলক দিবলৈ যিথ্ৰোৱে তেওঁক উৎসাহিত কৰিলে। (w০৩-HI ১১/১ ৬ ¶২)
যাত্ৰা ১৮:২৪, ২৫—মোচিয়ে যিথ্ৰোৰ পৰামৰ্শ পালন কৰিলে (w০২-HI ৫/১৫ ২৫ ¶৫)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ১৭:১১-১৩—হাৰোণ আৰু হূৰে তৎক্ষণাত মোচিক যিদৰে সহায় কৰিলে, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w১৬.০৯-HI ৬ ¶১৪)
যাত্ৰা ১৭:১৪—মোচিৰ কিতাপখন ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছিল বুলি কিয় কʼব পাৰি? (it-১-E ৪০৬)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ১৭:১-১৬ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: জেন্চিৰ উত্তৰপৰা লিলিয়ে যিদৰে কথা-বতৰা আগবঢ়ালে, তাৰপৰা আমি কি শিকিব পাৰোঁ? লিলিয়ে কেনেকৈ শাস্ত্ৰ পদটো স্পষ্টকৈ তুলি ধৰিলে?
পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখনৰ অধ্যায় ৬ ৰপৰা অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অতিৰিক্ত লেখ, ২৪৩-২৪৬ পৃ.
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ২১ আৰু প্ৰাৰ্থনা