ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 এপ্ৰিল পৃষ্ঠা ৪
  • মাৰ্চ ১২-১৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১২-১৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 এপ্ৰিল পৃষ্ঠা ৪

এপ্ৰিল ১৬-২২

মাৰ্ক ১-২

  • গীত ৩৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “তোমাৰ পাপ ক্ষমা হল”: (১০ মি.)

    • [মাৰ্ক কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • মাৰ্ক ২:৩-৫—এজন জঠৰ ৰোগীৰ প্ৰতি যীচুৰ সহানুভূতি উপজিছিল আৰু তেওঁ ৰোগীজনৰ পাপ ক্ষমা কৰিছিল ( jy-E ৬৭ ¶৩-৫)

    • মাৰ্ক ২:৬-১২—জঠৰ ৰোগীজনক সুস্থ কৰাৰ যোগেদি যীচুৱে প্ৰমাণ কৰে যে তেওঁৰ ওচৰত পাপ ক্ষমা কৰাৰ অধিকাৰ আছে (“কোনটো কবলৈ উজু” মাৰ্ক ২:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মাৰ্ক ১:১১—যিহোৱা ঈশ্বৰে যীচুক কোৱা কথাষাৰৰ অৰ্থ কি? (“এই আকাশী বাণী হল,” “তুমি মোৰ প্ৰিয় পুত্ৰ,” “তোমাত মই পৰম সন্তুষ্ট” মাৰ্ক ১:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মাৰ্ক ২:২৭, ২৮—যীচুৱে নিজকে ‘বিশ্ৰাম-বাৰৰ অধিপতি’ বুলি কিয় কৈছিল? (“বিশ্ৰাম-বাৰৰো অধিপতি” মাৰ্ক ২:২৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ১:১-১৫

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৮

  • “মই ধাৰ্ম্মিকক নহয় কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ”: (৭ মি.) আলোচনা। বন্দীশালৰ আন্ধাৰ কোঠাৰপৰা, সত্যৰ পোহৰলৈ নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত পৰৱৰ্তী প্ৰশ্নবোৰ আলোচনা কৰক: ডনাল্‌দে নিজৰ জীৱন কেনেকৈ পুনৰ লাভ কৰে? যীচুৱে পক্ষপাত নকৰাকৈ যিদৰে মানুহৰ লগত ব্যৱহাৰ কৰিছিল, ঠিক সেইদৰে ঘোষণা কৰাৰ সময়ত আমি তেওঁক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?—মাৰ্ক ২:১৭.

  • যিহোৱা ঈশ্বৰে “প্ৰচুৰ পৰিমাণে ক্ষমা” কৰে: (৮ মি.) আলোচনা। যিহোৱা, মই তোমাক মোৰ জীৱনত প্ৰথমস্থান দিব বিচাৰোঁ নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত পৰৱৰ্তী প্ৰশ্নবোৰ আলোচনা কৰক: এনালীজে কিয় আৰু কেনেকৈ যিহোৱা ঈশ্বৰলৈ উভতি আহিল? (যিচ ৫৫:৬, ৭) যিসকল ভাই বা ভনীয়ে যিহোৱাৰপৰা আঁতৰি গৈছে তেওঁলোকক আমি এই অনুভৱৰ যোগেদি কেনেকৈ সহায় আগবঢ়াব পাৰোঁ?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৬ ¶৫-৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক