ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 এপ্ৰিল পৃষ্ঠা ৫
  • এপ্ৰিল ২৩-২৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ২৩-২৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 এপ্ৰিল পৃষ্ঠা ৫

এপ্ৰিল ২৩-২৯

মাৰ্ক ৩-৪

  • গীত ১৪৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “বিশ্ৰাম-বাৰত সুস্থ কৰা”: (১০ মি.)

    • মাৰ্ক ৩:১, ২—যিহুদী ধৰ্ম্মগুৰুসকলে যীচুক দোষাৰোপ কৰিবলৈ অজুহাত বিচাৰিছিল ( jy-E ৭৮ ¶১-২)

    • মাৰ্ক ৩:৩, ৪—যীচুৱে জানিছিল যে তেওঁলোকে বিশ্ৰাম-বাৰৰ বাবে স্থাপন কৰা নিয়মবোৰ শাস্ত্ৰৰ ওপৰত আধাৰিত নাছিল ( jy-E ৭৮ ¶৩)

    • মাৰ্ক ৩:৫—যীচুৱে “তেওঁবিলাকৰ হৃদয়ৰ কঠিনতাৰ কাৰণে অসন্তোষ” হৈছিল (“অসন্তোষ কৰি খঙেৰে” মাৰ্ক ৩:৫ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মাৰ্ক ৩:২৯—পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দা কৰাৰ অৰ্থ কি আৰু ইয়াৰ পৰিণাম কি? (“পবিত্ৰ আত্মাৰ নিন্দা কৰে,” “অনন্ত পাপৰ অপৰাধী” মাৰ্ক ৩:২৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মাৰ্ক ৪:২৬-২৯—যীচুৰ এই দৃষ্টান্তত উল্লেখ কৰা শুই থকা কঠীয়া সিচোঁতাজনাৰ পৰা আমি কি শিকিব পাৰোঁ? (w১৪-HI  ১২/১৫ ১২-১৩ ¶৬-৮)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ৩:১-১৯

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে এখন প্ৰকাশন আগবঢ়াওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ৩৪-৩৬ ¶২১-২২—বিদ্যাৰ্থীৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ বৰ্ণনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪২

  • “যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক”: (১৫ মি.) মাৰ্ক ৪:৯ পদৰ অৰ্থ বৰ্ণনা কৰক (“যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক” মাৰ্ক ৪:৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)। উপদেশ শুনি বুদ্ধিমান হওক ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা” কিতাপখনৰ ৪ অধ্যায়ৰ “পৰামৰ্শ শুনা, আৰু শিক্ষা গ্ৰহণ কৰা” নামৰ বক্সৰ ওপৰত আলোচনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৭ ¶১-৫

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৪০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক